ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত অনুষ্ঠিত এমএচি কাপ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত লুম্বাজং বনাম কৰকাণ্ঠি:

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
January 29, 2023
Reading Time: 1 min read
A A
0
ডিফুত অনুষ্ঠিত এমএচি কাপ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত লুম্বাজং বনাম কৰকাণ্ঠি:

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

যোৱা ১৬ ক্ষেব্ৰুৱাৰীৰ পৰা ডিফুৰ কাছা খেল পথাৰত(KASA Stadium) কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ (Karbi Anglong Autonomous Council) আৰু কাৰবি আংলং ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত চলি থকা দ্বিতীয় আন্তঃ এমএচি ক্লাৱ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ আজিৰ দ্বিতীয়খন ছেমি ফাইনেল খেলত কৰকাণ্ঠি দলৰ হাতত বিথুং ৰেংথামা দল ৪-৩ গ’লৰ ব্যৱধানত পৰাজিত হয় ৷

c5b7ddb4 19c6 4d9f 8ba4 d1c29cf8e1f6 | ASSAM TIMES POST
MAC Football Competition:

তীব্ৰ প্ৰতিদ্বন্ধিতা মূলক খেলখনৰ নিৰ্ধাৰিত সময়ত দুয়োটা দলে উজ্জিৱিত খেল প্ৰদৰ্শন কৰে ৷ খেলৰ প্ৰথমাৰ্ধত ১ মিনটতে বিথুং ৰেংথামা দলৰ হৈ কিৰাটপ’ ১ গ’ল দি দলক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে৷ ইপিনে কৰকাণ্ঠি দলৰ হৈ কামচিং ৰংহাঙ আৰু মিথিংগা বসুমতাৰীয়ে ক্ৰমে, ১৬ আৰু ৩৩ মিনিটত দুটাকৈ গ’ল দি কৰকাণ্ঠিত ২-১ৰ অগ্ৰগতি দিবলৈ সক্ষম হয় ৷

পুণৰ বিথুং ৰেংথামাৰ হৈ ছাজিত জিদুংচাই কৰকাণ্ঠিৰ দলৰ নেটত আন এটা গ’ল দি সমতা স্থাপন কৰে ৷ খেলৰ দ্বিতীয়াৰ্ধত কৰকাণ্ঠি দলৰ হৈ এলচন এক্কা আৰু মিৰজেং ৰংপিয়ে ক্ৰমে ৬৫ আৰু ৬৮ মিনিটত আৰু দুটা গ’লেৰে দলক ৪-২ স্থানত উপণীত কৰায় ৷ আনহাতে বিথুং ৰেংথামা দলৰ হৈ ছাজিত জিদুঙে পুণৰ ৮৯ মিনিটত এটা গ’ল দি দলৰ স্কৰ ৩ লৈ নিবলৈ সক্ষম হয় যদিও বিথুং ৰেংথামা দলে পিছত আৰু গ’ল দিবলৈ সক্ষম নোহোৱাৰ ফলত দলটো কৰকাণ্ঠি দলৰ হাতত মূৰকত ৪-৩ গ’লৰ ব্যৱধানত পৰাজয় বৰণ কৰিব লগীয়া হল ৷

ফলস্বৰুপে দ্বিতীয় আন্তঃ এমএচি কাপ প্ৰাইজমনি ফুটবল প্ৰতি়েগিতাৰ চূড়ান্ত খেলখন লুম্বাজং দল আৰু কৰকাণ্ঠিয়ে খেলাৰ যোগ্যতা অৰ্জন কৰিলে ৷ চূড়ান্তখেলখন ৩ ফেব্ৰুৱাৰীত ডিফু কাছা খেলপথাৰ ফ্লাড লাইটৰ মাজত অনুষ্ঠিত কৰা হব বুলি জানিব পৰা গৈছে ৷

আনহাতে আজিৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে কৰকাণ্ঠি দলৰ হৈ কামচিং ৰংহাঙে ৷খেলখন পৰিচালনা কৰে বাজ’ তিচ’ ৷ তেওঁক লাইনত সহায় কৰে ক্ৰমে, অমন বৰদলৈ আৰু ধানেশ শ্বাহে ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে বলন টকবীপীয়ে ৷

Tags: এমএচি কাপ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা
Share4Tweet3Send

Related Posts

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx