ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

BUDGET:কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ বাজেটত গৃহ নিৰ্মাণ আঁচনিৰ ৬৬ শতাংশ আবণ্টন বৃদ্ধি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 1, 2023
Reading Time: 1 min read
A A
0
BUDGET:কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ বাজেটত গৃহ নিৰ্মাণ আঁচনিৰ ৬৬ শতাংশ আবণ্টন বৃদ্ধি

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

দ্বিতীয় মোদী (Modi) চৰকাৰৰ শেষৰ সম্পূৰ্ণ বাজেটত(BUDGET) প্ৰধানমন্ত্ৰী আৱাস  যোজনাৰ (PMAY) আবণ্টন ৬৬ শতাংশ বৃদ্ধি কৰিলে। আবণ্টন ৭৯ হাজাৰ কোটিলৈ বৃদ্ধি পাইছে। মোদী (Modi) চৰকাৰে ২০১৫ চনত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি (Pradhan Mantri Awas Yojana)  আৰম্ভ কৰিছিল। এই প্ৰকল্পৰ লক্ষ্য হৈছে কম খৰচত প্ৰতিজন দৰিদ্ৰ লোকৰ মূৰৰ ওপৰত এখন চালিৰ ব্যৱস্থা কৰা।

Nirmala Sitharaman
Budget speech by Nirmala Sitharaman:

কেন্দ্ৰীয় চৰকাৰৰ দাবী, ২০২৪ চনৰ ভিতৰত দেশৰ সকলো দৰিদ্ৰ লোকক পকীঘৰৰ ব্যৱস্থা কৰা হʼব। সেয়েহে এই বৰ্ষৰ বাজেটত এই খণ্ডত আবণ্টন বৃদ্ধিৰ সম্ভাৱনাৰ বিষয়ে ইতিমধ্যে বিশেষজ্ঞসকলে অৱগত কৰিছিল।

বাজেট (Budget)

হস্তশিল্প, কৰ্মসংস্থাপন আৰু কৃষি উন্নয়নৰ বাবে নতুন প্ৰকল্প

বাজেটৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কয়, “২০২২-২৩ চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীসকলৰ বাবে গ্ৰামাঞ্চল আৰু চহৰ দুয়োটাতে ৮০ লাখ ঘৰ নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে ৪৮ হাজাৰ কোটি টকাৰ আবণ্টন দিয়া হৈছে।”

উল্লেখ্যযোগ্য যে সন্মুখত উত্তৰ প্ৰদেশ (Uttar Pradesh), উত্তৰাখণ্ড (Uttarakhand), পঞ্জাৱ (Punjab), গোৱা (Goa) আৰু মণিপুৰৰ (Manipur) বিধানসভা নিৰ্বাচন আছে। তাৰ আগতে ৰাজনৈতিক বিশ্লেষকসকলে নিশ্চয় এই ঘোষণাই জনসাধাৰণৰ ওপৰত কিমান প্ৰভাৱ পেলায় তাৰ ওপৰত চকু ৰাখিছে।

গৃহ নিৰ্মাণৰ উপৰি ৰেʼলৱেৰ বাবে ২.৪ লাখ কোটিৰো অধিক ধন আবণ্টন দিয়া হৈছে। নিৰ্বাচনমুখী কৰ্ণাটকৰ (Karnataka) জলসিঞ্চন ব্যৱস্থাৰ উন্নতিৰ বাবে নিৰ্মলাই ৫৩০০ কোটি টকাৰ কেন্দ্ৰীয় সাহায্য দিয়াৰ কথা ঘোষণা কৰে।

Tags: বাজেট
Share4Tweet3Send

Related Posts

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

by News Desk
June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

by News Desk
June 20, 2026
50
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ
National-International

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

by News Desk
June 20, 2026
50
Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

Fingerprint scan : আঙুলিৰ ছাপ স্কেন কৰি অপৰাধীক চিনাক্ত কৰিবলৈ প্ৰযুক্তি : নতুন মোবাইল এপ মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

Ban on medicine : জনস্বাস্থ্যৰ স্বাৰ্থত কঠোৰ ব্যৱস্থা গ্ৰহণ স্বাস্থ্য মন্ত্ৰালয়ৰ : পেৰাচিটামলকে ধৰি ১৬টা ঔষধৰ ওপৰত নিষেধাজ্ঞা

ADVERTISEMENT
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
50
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ
National-International

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026
50
Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু
National-International

Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT