ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

CHILD MARRIAGE : কাৰবি আংলঙত ১২৬ টা বাল্য বিবাহৰ গোছৰৰ বিপৰীতে আৰক্ষীয়ে প্ৰথম দিনৰ অভিযানত আটক ৫৩ কৰে অবৈধ স্বামী

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
February 3, 2023
Reading Time: 1 min read
A A
0
CHILD MARRIAGE : কাৰবি আংলঙত ১২৬ টা বাল্য বিবাহৰ গোছৰৰ বিপৰীতে আৰক্ষীয়ে প্ৰথম দিনৰ অভিযানত আটক ৫৩ কৰে অবৈধ স্বামী

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

অবৈধ স্বামৰ বিৰুদ্ধে ৰাজ্যত চলি থকা অভিযানৰ লগত সংগতি ৰাখি কাৰবি আংলং জিলা আৰক্ষীয়ে(Karbi Anglong Police) যোৱা নিশা আৰু আজি কাৰবি আংলং জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ৫৩ গৰাকী অবৈধ স্বামী বাল্য বিবাহ সম্পন্ন কৰা লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷

কাৰবি আংলঙ আৰক্ষী
সংবাদ মেল কাৰবি আংলঙ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ:

আজি ডিফুস্থিত জিলা আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মেলন কক্ষত এক সংবাদ মেলৰ আয়োজন কৰি আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই কয়যে, যোৱা২ মাহ পূৰ্বে আৰক্ষী অধীক্ষক সকলৰ সৈতে হোৱা কনফাৰেন্সত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমত হোৱা বাল্যবিবাহকলৈ উদ্বিগ্নতা প্ৰকাশ কৰিছিল ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰক্ষী অধীক্ষক সকলৰ পৰা অসমত সম্পন্ন হোৱা বাল্য বিবাহৰ তথ্য বিবাহৰ তথ্য বিচাৰিছিল আৰু ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল ৷ সেই মৰ্মে জিলাখনৰ আৰক্ষী বিভাগে গাওঁৰক্ষী বাহিনী আৰু ব্যক্তিগত চোৰাংচোৱা ব্যৱহাৰ কৰি বৃহস্পতিবাৰলৈকে কাৰবি আংলঙত বাল্যবিবাহৰ বিৰুদ্ধে ১২৬ টা গোছৰ ৰুজো কৰে বুলি জানিবলৈ দি কালি নিশা আৰু আজি অভিযান চলাই জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৫৩ গৰাকী অবৈধ স্বামী আৰু বাল্যবিবাহত জড়িত লোক সকলক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

২০০৬ চনত বাল্য বিবাহ প্ৰতিৰোধ আইন প্ৰণয়ন হৈছে যদিও বৰ্ধিত হাৰত সম্পন্ন হোৱা বাল্য বিবাহৰ ফলত প্ৰসূতিৰ মৃত্যুৰ লগতে নৱজাতকৰ মৃত্যুৰ হাৰ বদ্ধি পোৱাকলৈ ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰো উদ্বিগ্ন হৈ পৰিছিল ৷ আৰু ইয়াক বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল বুলি কয় ৷ প্ৰসূতি মৃত্যু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাইছে অসম আৰক্ষীয়ে ৷

তথ্য অনুসৰি কাৰবি আংলঙৰ বিভিন্ন থানা ক্ৰমে, আঞ্জুকপানীত ১ জন, বোকাজানত ২ জন, বকলীয়াঘাটত ৬ জন, বৰলাংফেৰত ৩ জন, বৰপথাৰত ৩ জন, চকীহোলাত ১ জন, দেইথৰত ৩ জন, ডিলাইত ৬ জন, ডিফুত ৪ জন, ডকমকাত ৬ জন, ডলামৰাত ১ জন হাওৰাঘাট ২ জন, খটথটীত ৪ জন, মাঞ্জাত ১০ জন, ৰংমংবে ০ আৰু ছামেলাংছ’ত ১ জনক ধৰি মুঠ ৫৩ ডনক আটক কৰা হৈছে বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ৷

বাসল্য বিবাহৰ বিৰুদ্ধে ৰুজো হোৱা গোছৰৰ সকলো আচামী গ্ৰেপ্তাৰ নোহোৱালৈকে এই অভিযান চলি থাকিব বুলি সংবাদমেলত সদৰি কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ আনহাতে বাল্যবিবাহৰ পলাতক আচামী সকল যিহেতু প্ৰফেচনেল অপৰাধী নহয় সেয়ে তেওঁলোককো শীঘ্ৰে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হব বুলি কয় ৷

আনহাতে অবৈধ স্বামী সকলক গ্ৰেপ্তাৰ পিছত বিশেষকৈ খটখটী আৰু ডকমকা থানাত স্বামী সকলৰ পত্নী আৰু আত্মীয়ৰ মাজত কান্দোনৰ ৰোল উঠে ৷ পত্নী আৰু মাতৃ সকলে গ্ৰেপ্তাৰ হোৱা স্বামী বা পত্নীক জেললৈ লৈ গলে তেওঁলোকৰ জৱনলৈ অন্ধকাৰ নামি আহিব বুলি কয় ৷ সেয়ে তেওঁলোকৰ স্বামী বা পত্নীক মুকলি কৰি দিবলৈ দাবী জনায় ৷

Tags: বাল্য বিবাহৰ গোছৰ
Share4Tweet3Send

Related Posts

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx