![]()
আজি পুৱা কাৰ্বি আংলং(Karbi Anglong) জিলাৰ বৰপথাৰ আৰক্ষীয়ে এখন যাত্ৰীবাহী বাছত অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইনসহ (Drugs) দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি পুৱা বৰপথাৰ থানাৰ আৰক্ষীৰ এটা দলে বৰপথাৰ থানাৰ অন্তৰ্গত খকৰাজানত তালাচী অভিযান চলায়।














