ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

POCSO : নিজৰ দাম বঢ়াইছা? কিশোৰীৰ ওঁঠত নোট গুঁজি জে’ললৈ যুৱক

নিউজ ডেস্কঃ

News Desk by News Desk
February 7, 2023
Reading Time: 1 min read
A A
0
POCSO : নিজৰ দাম বঢ়াইছা? কিশোৰীৰ ওঁঠত নোট গুঁজি জে’ললৈ যুৱক

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি

France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ

কিশোৰীৰ ওঁঠত এশ টকীয়া (hundred rupees on the teenager’s lips) নোট গুঁজি দি ‘মূল্যবৃদ্ধি’ (‘Price rise) কৰাৰ বাবে কটুক্তি কৰি মানসিক আৰু যৌন নিৰ্যাতন (Mental and sexual abuse) চলাইছিল। এই অভিযোগত মুম্বাই (Mumbai)ৰ বিশেষ POCSO আদালতে ৩২ বছৰীয়া যুৱকক ১ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। যোৱা সপ্তাহৰ ৰায়দান মঙলবাৰে প্ৰকাশ হয়।

কিশোৰী
কিশোৰীৰ ওঁঠত নোট গুঁজি জে’ললৈ:

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ২০১৭ চনৰ ১৪ জুলাইত এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি POCSO Act-ৰ (Protection for Children from Sexual Offences Act) অধীনত গোচৰ ৰুজু কৰে। পিছৰ বছৰৰ এপ্ৰিল মাহত এই গোচৰত অভিযুক্তই জামিন লাভ কৰিছিল যদিও পুনৰ আন এটা অপৰাধত গ্ৰেপ্তাৰ হৈছিল।

কিশোৰীগৰাকীয়ে আৰক্ষীক অভিযোগ কৰে যে যুৱকজনে প্ৰতিবাৰ ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত তেওঁক অনুসৰণ কৰে। কলেজলৈ যোৱাৰ বাটত তেওঁ হুইচেল বজাই ঠাট্টা-মস্কৰা কৰিছিল। ১৩ জুলাই, ২০১৭-ৰ নিশা ৮ বজাৰ ওচৰত চুবুৰীয়া এজনৰ সৈতে বজাৰলৈ গৈছিল। সেই সময়তো যুৱকজনে তেওঁৰ পিছে পিছে যায়। হঠাৎ সন্মুখত থিয় হয়। ইয়াৰ পিছত এশ টকীয়া নোট এখন মুখৰ সন্মুখত ৰাখি ওঁঠত গুঁজি দি কয়, “কিয় এনেকুৱা কৰিছা? নিজৰ ইমান দাম কিয় বঢ়াইছা?”

তেওঁ খঙত চিঞৰি উঠে, কিন্তু বজাৰৰ কোনোৱেই তেওঁৰ কাষলৈ নাহিল। অৱশ্যে ঘৰলৈ উভতি আহি গোটেই ঘটনাটো মাতৃক জনালে। ইয়াৰ পিছত অভিযুক্তৰ ঘৰত যেতিয়া তেওঁক মুখামুখী কৰে তেতিয়া তেওঁলোকে গালি-গালাজ কৰি বাহিৰ কৰি দিয়ে। ইয়াৰ পিছতে যুৱকজনৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰে কিশোৰীয়ে।

এই গোচৰত আদালতে লক্ষ্য কৰিছে যে অভিযুক্তৰ এই আচৰণ নিৰ্যাতন আৰু যৌন নিৰ্যাতনৰ সমান। লগতে আদালতত ছোৱালীজনীৰ বক্তব্য আৰু চুবুৰীয়াৰ কথাৰ মাজত কোনো অসামঞ্জস্যতা নাছিল। ইয়াৰ পিছত আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰি কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

অৱশ্যে এই গোচৰত অভিযুক্তক জে’ললৈ প্ৰেৰণ কৰাৰ সময়ত আদালতে তেওঁৰ পৰিয়ালৰ আৰ্থিক সমস্যাৰ কথা মনত ৰাখিছিল, যʼত তেওঁৰ মাতৃ অসুস্থতা হৈও আছিল। তেওঁৰ মাতৃ কেন্সাৰ ৰোগত আক্ৰান্ত।

Tags: MumbaiYoung man in jailজে'ললৈ যুৱক
Share4Tweet3Send

Related Posts

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ
National-International

by News Desk
June 26, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি
National-International

Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি

by News Desk
June 26, 2026
50
France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ
National-International

France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ

by News Desk
June 26, 2026
50
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

by Staff Reporter
June 26, 2026
50
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ
National-International

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

by Staff Reporter
June 26, 2026
50
NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী
National-International

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

by Staff Reporter
June 26, 2026
50
ADVERTISEMENT
Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ
National-International

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

June 26, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি
National-International

Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি

June 26, 2026
50
France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ
National-International

France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ

June 26, 2026
50
Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

June 26, 2026
Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি

Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি

June 26, 2026
France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ

France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT