ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

ISRO I সফলতাৰে উৎক্ষেপণ ইছৰোৰ SSLV-D2

নিউজ ডেস্কঃ

News Desk by News Desk
February 10, 2023
Reading Time: 1 min read
A A
0
ISRO I সফলতাৰে উৎক্ষেপণ ইছৰোৰ SSLV-D2

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

ইছৰো (ISRO)ৰ সফল উৎক্ষেপণ (Launch) SSLV-D2)। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই SSLV-D2-ৰ জৰিয়তে তিনিটা উপগ্ৰহ উৎক্ষেপণ কৰে। শুকুৰবাৰে পুৱা অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয়। সফল উৎক্ষেপণৰ পিছত ইছৰোৱে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটৰ পৰা লিখিছে যে এই উৎক্ষেপণ সফল হৈছে। লগতে সঠিক কক্ষপথত স্থাপন কৰা হৈছে।

ইছৰো
সফলতাৰে উৎক্ষেপণ ইছৰোৰ SSLV-D2

ইছৰোৰ মতে, SSLV অৰ্থাৎ Small Satellite Launch Vehicle সাধাৰণতে ৫০০ কিলোগ্ৰাম ওজনৰ উপগ্ৰহ কক্ষপথলৈ উৎক্ষেপণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইছৰোৱে আজি SSLV-D2 উৎক্ষেপণৰ জৰিয়তে মহাকাশলৈ তিনিটা উপগ্ৰহ উৎক্ষেপণ কৰে। সেয়া হ’ল EOS-07, Janus-1 আৰু AzaadiSAT-2। পুৱা ৯.১৮ বজাত উৎক্ষেপণ কৰা হয়।

SSLV প্ৰথমবাৰৰ বাবে যোৱা বছৰ মুকলি কৰা হৈছিল। যদিও প্ৰথমটো উৎক্ষেপণ ২০২২ চনৰ ৯ আগষ্টত হৈছিল, তেতিয়া ই বিফল হৈছিল। জানিব পৰা মতে, যান্ত্ৰিক বিজুতিৰ বাবে গলনাংক সংঘটিত হয়। তাৰ পিছত এই বছৰৰ আৰম্ভণিতে উৎক্ষেপণ সফল হʼল।

Tags: ISRO's SSLV-D2ইছৰোৰ SSLV-D2
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
50
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
50
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
50
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
50
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
50
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
50
ADVERTISEMENT
Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা
National-International

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx