ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Nagaon I নগাঁৱৰ খাগৰিজান নিম্ন বুনিয়াদী বিদ্যালয়ৰ ‘ৰাইজৰ উৎসৱ’ত বিধায়ক ৰূপক শৰ্মা

জিতেন বৰকটকী:

ASSAM TIMES POST by ASSAM TIMES POST
February 15, 2023
Reading Time: 1 min read
A A
0
Nagaon I নগাঁৱৰ খাগৰিজান নিম্ন বুনিয়াদী বিদ্যালয়ৰ ‘ৰাইজৰ উৎসৱ’ত বিধায়ক ৰূপক শৰ্মা

RELATED POSTS

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

নগাঁও, ১৫ ফেব্ৰুৱাৰী: নগাঁও জিলাৰ সদৰ শিক্ষা খণ্ডৰ অন্তৰ্গত মিলনপুৰস্থিত খাগৰিজান নিম্ন বুনিয়াদী বিদ্যালয়ত আজি অনুষ্ঠিত “ৰাইজৰ উৎসৱ” কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই (MLA Rupak Sarma)।

ৰাইজৰ উৎসৱ'
নগাঁৱৰ ৰাইজৰ উৎসৱ’ত বিধায়ক ৰূপক শৰ্মা:

উল্লেখ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ,ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকা সকলৰ মাজত এক সু-সমন্ধ গঢ়ি তোলাৰ উদ্দেশ্যে শিক্ষা বিভাগৰ উদ্যোগত “ৰাইজৰ উৎসৱ” কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ৰাইজৰ উৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শর্মাই বৰ্তমানৰ চৰকাৰখনে শিক্ষা ক্ষেত্ৰত আমূল পৰিৱর্তন অনা বুলি উল্লেখ্য কৰি লগতে কয় যে শিক্ষা হৈছে এটা জাতিৰ মেৰুদণ্ড স্বৰূপ।

শিক্ষাৰ দ্বাৰাহে সমাজৰ পৰা কুসংস্কাৰ দূৰ কৰাটো সম্ভৱ । সেয়ে সমাজৰ প্ৰতিজন মানুহ শিক্ষিত হোৱাটো অতিকৈ প্ৰয়োজন । বিধায়ক শৰ্মাই শিক্ষক সকলক নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় । মিলনপুৰ সমল কেন্দ্ৰৰ সমন্বয়ক মনালিছা বৰাই আঁত ধৰা অনুষ্ঠানত নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা )প্ৰশান্ত বৰুৱা আৰু নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথেও ভাষন দিয়ে ।

সভাত নগাঁও পৌৰসভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ, বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক দেৱেন চন্দ্ৰ লহকৰ, জ্যেষ্ঠ সাংবাদিক জিতেন বৰকটকী, ডিপিঅ এফ এল এম প্ৰশান্তি বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে । আনহাতে মিলনপুৰস্থিত খাগৰিজান নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত “ৰাইজৰ উৎসৱ”ৰ কাৰ্যসূচীত কানু লস্কৰৰ পৰিচালনাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্র-ছাত্ৰী সকলে বাল্য বিবাহৰ সজাগতা ওপৰত এখনি বাটৰ নাট পৰিবেশন কৰে।

সভাত ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগৰ বিভিন্ন প্ৰতিযোগিতাত স্হান লাভ কৰা ছাত্ৰ-ছাত্রী সকলক বঁটা সমূহ প্ৰদান কৰা হয় । আনহাতে ৰাইজৰ উৎসৱৰ লগত সংগতি ৰাখি মণ্ডল সমল কেন্দ্ৰটোৰ অধীনস্হ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্রী সকলে নিৰ্মান কৰা প্ৰকল্পৰে আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে সাহিত্যিক ৰতিমোহন নাথে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: নগাঁওবিধায়ক ৰূপক শৰ্মাৰাইজৰ উৎসৱ
Share13Tweet8Send

Related Posts

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

by News Desk
September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

by News Desk
September 14, 2026
50
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

by ASSAM TIMES POST
September 13, 2026
54
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

by News Desk
September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

by News Desk
September 12, 2026
53
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ
Assam

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ

by News Desk
September 12, 2026
53
ADVERTISEMENT
Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
50
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
50
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d