ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

আজি ত্ৰিপুৰাত বিধানসভা নিৰ্বাচন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 16, 2023
Reading Time: 1 min read
A A
0
ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

RELATED POSTS

Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া

ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

আজি ত্ৰিপুৰাত (Tripura) অনুষ্ঠিত হৈ আছে বিধানসভা নিৰ্বাচন (Election)। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। মুক্ত, নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰে। অৱশ্যে বিৰোধী বাম-কংগ্ৰেছৰ মিত্ৰতা, তৃণমূল আনকি জনজাতি দল টিপ্ৰা মাথাই (Tipra Motha) শাসকীয় বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী সন্ত্ৰাসৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

Tripura Election
পুৱা ৭ বজাৰ পৰা ত্ৰিপুৰাত আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া

বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা ত্ৰিপুৰাৰ আটাইকেইটা ৬০টা সমষ্টিতে ভোটগ্ৰহণ আৰম্ভ হৈছে। ২ মাৰ্চত উত্তৰ-পূৱৰ(Northeast) আন দুখন ৰাজ্য মেঘালয় (Meghalaya) আৰু নাগালেণ্ডৰ (Nagaland) সৈতে একেলগে গণনা কৰা হʼব। প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত আছে মুখ্যমন্ত্ৰী তথা বিজেপি নেতা মাণিক সাহা, উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেবৰ্মা (বিজেপি), চিপিএমৰ ৰাজ্যিক সম্পাদক জিতেন্দ্ৰ চৌধুৰী আৰু কংগ্ৰেছৰ বিধায়ক সুদীপ ৰায় বৰ্মন।

বিগত বৰ্ষৰ জুন মাহত ৰাজ্যৰ চাৰিখন বিধানসভাৰ আসনৰ উপ-নিৰ্বাচনৰ ফলাফলে ইংগিত দিছিল যে বিৰোধীয়ে মিত্ৰতা কৰিলে বিজেপিয়ে সমস্যাৰ সন্মুখীন হʼব পাৰে। ইয়াৰ পিছত আংশিকভাৱে বিৰোধী ঐক্যৰ সৃষ্টি হয়। বাওঁপন্থীয়ে ৪৬খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, ১৩খন আসন এসময়ৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ হাতত আৰু ১খন আসন নিৰ্দলীয় প্ৰাৰ্থীৰ হাতত। কেইটামান নিৰ্বাচন সমীক্ষাৰ পৰা ইংগিত পোৱা গৈছে যে বিজেপিৰ সৈতে মূল প্ৰতিদ্বন্দ্বিতা হʼব বাংলা প্ৰধান ৪০খন আসনত বাওঁ-কংগ্ৰেছৰ মিত্ৰজোঁট। অৱশ্যে বুধবাৰে মুখ্যমন্ত্ৰী মাণিক সাহাই (Manik Saha) কয় যে এইবাৰ তেওঁলোক বিনা প্ৰতিদ্বন্দ্বিতাই বিধানসভা দখলৰ বাবে অপেক্ষা কৰি আছে।

ত্ৰিপুৰাত স্বায়ত্ত শাসিত জনজাতি পৰিষদ (ADC) এলেকাত ২০টা বিধানসভা সমষ্টি আছে। তাত বিজেপি তথা মিত্ৰ জনজাতি পাৰ্টি আইপিএফটিৰ মূল প্ৰতিদ্বন্দ্বী হৈছে ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ বংশধৰ প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেৱবৰ্মনৰ দল টিপ্ৰা মাথা। নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰদ্যুতে দাবী কৰিছিল যে কোনো শিবিৰে আধিপত্য বিস্তাৰ কৰিব নোৱাৰে। সেই ক্ষেত্ৰত টিপ্ৰাই ‘কিং মেকাৰ’ হʼব পাৰে বুলি ভোটদান পণ্ডিতৰ এটা অংশই ভাবে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ত্ৰিপুৰা
Share5Tweet3Send

Related Posts

Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া
NORTHEAST

Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া

by News Desk
October 2, 2026
51
ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ
NORTHEAST

ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ

by News Desk
October 2, 2026
52
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

by News Desk
September 29, 2026
51
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

by News Desk
September 26, 2026
61
Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

by News Desk
September 26, 2026
54
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ
NORTHEAST

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

by News Desk
September 26, 2026
54
ADVERTISEMENT
Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ
Entertrainment

Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ

October 8, 2026
50
Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ
Assam

Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ

October 8, 2026
50
Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা
National-International

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

October 7, 2026
51
PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প
National-International

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

October 7, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ

Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ

October 8, 2026
Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ

Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ

October 8, 2026
Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

October 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d