ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Youth Festival I তাৰালাংচ’ত অপেন প্ৰাইজমনি হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা সম্পন্ন

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

Staff Reporter by Staff Reporter
February 18, 2023
Reading Time: 1 min read
A A
0
Karbi Youth Festival I  তাৰালাংচ’ত অপেন প্ৰাইজমনি হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা সম্পন্ন

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

৪৯ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ (49th Karbi Youth Festival) লগত সংগতি ৰাখি কাৰবি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু কেচিএছৰ সহযোগত আজি তাৰালাংচ’ৰ প্ৰৱেশ দ্বাৰৰ পৰা অপেন প্ৰাইজমনি হাফ মাৰাথান দৌৰৰ (Open Prize money Half Marathan) ফ্লেগ অফ কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম ডঃ তুলিৰাম ৰংহাঙে (Dr Tuliram Ronghang) ৷

Marathan
Open Prize money Half Marathan:
প্ৰতিযোগিতাটিৰ ফ্লেগ অনুষ্ঠানত অতিথি হিছাপে উপস্থিত থাকে ক্ৰমে, পৰিষদৰ এমএচি হেডছিং ৰংফাৰ, কেচিএছ সভাপতি চন্দ্ৰছিং ক্ৰ’ জিলা ক্ৰীড়া বিষয়া ৰিলিপ ৰংহাঙ আৰু কাৰবি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ডঃ পংকজ টেৰণ ৷ উল্লেখ যোগ্য উক্ত হাফ মাৰাথান দৌৰ প্ৰতিযোগিতাত কাৰবি আংলঙৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ সকলে অংশ গ্ৰহণ কৰে ৷

Open prize money Marathanপুৰষ-মহিলা উভয় শাখাৰ বাবে অনুষ্ঠিত হোৱা মাৰাথান দৌৰৰ বিজয়ী সকলক উদ্যোক্তা সকলে ক্ৰমে, ১০ হাজাৰ, ৮ হাজাৰ আৰু ৬ হাজাৰ টকাকৈ নগদ ধনেৰে পুৰষ্কৃত কৰে বুলি জানিব পৰা গৈছে ৷

Tags: Karbi Youth Festivalঅপেন প্ৰাইজমনিতাৰালাংচ
Share4Tweet3Send

Related Posts

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026
50
12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন
DIPHU

12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

June 18, 2026
50
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ
National-International

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026
12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

June 18, 2026
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx