ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Lathi Charge I সাতগাঁওত এপিএইছএলচিৰ গণ সমাবেশত আৰক্ষীৰ লাঠি চালনা, সাত জনক গ্ৰেপ্তাৰ

ASSAM TIMES POST by ASSAM TIMES POST
February 25, 2023
Reading Time: 1 min read
A A
0
Lathi Charge I সাতগাঁওত এপিএইছএলচিৰ গণ সমাবেশত আৰক্ষীৰ লাঠি চালনা, সাত জনক গ্ৰেপ্তাৰ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

কাৰ্বি আংলং(Karbi Anglong) জিলাৰ অন্যতম বিৰোধী আঞ্চলিক ৰাজনৈতিক দল অল’ পাৰ্টী হিলচ লিডাৰ কনফেৰেন্সছ চমুকৈ এপিএইছএলচি দলে আজি কাৰ্বি পৰিষদৰ পাঁচ নং ৰংখাং সমষ্টিৰ অধীনস্থ সাত গাঁওত এখন গণ সমাবেশ অনুষ্ঠিত কৰে ৷

গণ সমাবেশ
গণ সমাবেশত আৰক্ষীৰ লাঠি চালনা:

শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হোৱা গণ সমাবেশৰ কিছু সময়ৰ পাচতেই পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসন আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পাচতেই পৰিৱেশ উত্তপ্ত হৈ পৰে ৷

ইপিনে, জিলা খনৰ বিৰোধী আঞ্চলিক ৰাজনৈতিক দলটোৱে তিনিও পাৰ্বত্য জিলা ক্ৰমেঃ পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং আৰু ডিমা হাচাও এই তিনি জিলাক সামৰি ভাৰত সংবিধানৰ অনুচ্ছেদ ২৪৪(ক) ধাৰাৰ অধীনত অসমৰ ভিতৰতে এখন সুকীয়া ৰাজ্য গঠনৰ দাবী উত্থাপন কৰি অহাৰ সমান্তৰালকৈ কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ সংবিধান অনুযায়ী জনগোষ্ঠীটোৱে পাবলগা প্ৰাপ্যৰ দাবীত দীৰ্ঘদিন ধৰি এক গণ সংগ্ৰাম কৰি আহিছিল ৷

সেই মৰ্মে দলটোৱে কাৰ্বি আংলং জিলাৰ প্ৰত্যকটো পৰিষদীয় সমষ্টিত দীৰ্ঘদিনীয়া সংগ্ৰামৰ জনমত গঢ়াৰ লক্ষ্যৰে সমষ্টি ভীতিত এক গণ সমাবেশৰ কাৰ্যসুচী হাতত লৈছে ৷ দলটোৰ ধাৰাবাহিক কাৰ্যসুচী অনুযায়ী প্ৰায় দুই শতাধিক দলীয় সমৰ্থক লৈ গণ সমাবেশৰ কাৰ্যসুচী চলাই নিওঁতেই প্ৰথমে আৰক্ষীৰ সৈতে তৰ্ক-বিতৰ্কৰ সূত্ৰপাত ঘটে ৷ পিচে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হ’য় ৷ লাঠি চালনাৰ মাজতেই আৰক্ষীয়ে সাত জনকৈ দলীয় সমৰ্থকক আটক কৰে ৷

Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ
National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026
50
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ
National-International

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

July 14, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

July 14, 2026
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx