ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Bokakhat I বোকাখাতত অমৰ শৰ্মাৰ’বেহুৰ চাৰ্কাছ’ৰ শুভ মহুৰৎ সম্পন্ন

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
March 2, 2023
Reading Time: 1 min read
A A
0
Bokakhat I বোকাখাতত অমৰ শৰ্মাৰ’বেহুৰ চাৰ্কাছ’ৰ শুভ মহুৰৎ সম্পন্ন

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বোকাখাত (Bokakhat)ত বিশিষ্ট কবি, নাট্যকাৰ, সাংবাদিক অমৰ শৰ্মা (Amar Sarma)ৰ নাটক ‘বেহুৰ চাৰ্কাছ’ৰ (Behur Circus) আজি শুভ মহুৰৎ সম্পন্ন হৈ যায়। বোকাখাতৰ সাংস্কৃতিক কৰ্ম কাণ্ডৰ হৃদপিণ্ড বোকাখাত নাট্য মন্দিৰৰ (Bokakhat Natya Mandir) নিবেদনত আৰু অসমৰ এমেচাৰ নাট জগতৰ এক মাইলৰ খুটি বোকাখাতৰ প্ৰায় দুকুৰি বছৰীয়া ‘ৰূপজ্যোতি সংঘ’ৰ প্ৰযোজনাত অসমৰ বিশিষ্ট কবি, নাট্যকাৰ, নাট পৰিচালক ৰফিকুল হোছেইনৰ পৰিচালনাত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে নাট ‘বেহুৰ চাৰ্কাছ’।

'বেহুৰ চাৰ্কাছ'
বোকাখাতত অমৰ শৰ্মাৰ’বেহুৰ চাৰ্কাছ’ৰ শুভ মহুৰৎ:

এই উদ্দেশ্যে আজি বোকাখাত নাট্য মন্দিৰত বিশিষ্ট নাট্যকৰ্মী তথা অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই আঁত ধৰা শুভমহুৰৎ অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে। বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়াই নাটখনিৰ শুভ মহুৰৎ কৰে।

Boka3 1 | ASSAM TIMES POST

অনুষ্ঠানত ভৱেশ শইকীয়া আৰু প্ৰজ্বলক সূৱৰ্ণ শইকীয়া বৰদলৈৰ লগতে পৰিচালক ৰফিকুল হোছেইন, নাট্যকাৰ অমৰ শৰ্মা, বোকাখাত নাট্য মন্দিৰৰ উপদেষ্টা তথা বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালা আদিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। উপস্থিত ৰাইজৰ মাজৰ পৰা বোকাখাত মহকুমা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক মনালিছা শইকীয়াই বক্তব্য ৰাখে। বিশিষ্ট অতিথি হিচাপে আৰু উপস্থিত থাকে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, ৱাৰ্ড কমিশ্যনাৰ প্ৰাঞ্জল বৰুৱা আদি।

Boka2 1 | ASSAM TIMES POST

অনুষ্ঠানত বিশিষ্ট সাংস্কৃতিক কৰ্মীদ্বয় দুলাল ডেকা আৰু অৰুণ শইকীয়া, প্ৰবীণ নাট্যকৰ্মী বিমান বৰুৱা, বিশিষ্ট নাট্যকৰ্মী বিপুল কলিতা, সাংবাদিক দিব্যজ্যোতি হাজৰিকা, কাজিৰঙা নিউজ নেটৱৰ্ক ৰ অধ্যক্ষ বদন দুৱৰা, সাৰথি নাট্যগোষ্ঠী বোকাখাতৰ ৰিপুঞ্জয় দত্ত, জ্যেষ্ঠ সাংবাদিক ড° বাবুলাল মোৰ, বোকাখাত শিল্পী সমাজৰ সভাপতি বিজয় শৰ্মা, প্ৰবীণ শিল্পী জিতেন শৰ্মা ৰাজখোৱা, বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মনোৰঞ্জন সেন, বিশিষ্ট সাংস্কৃতিক কৰ্মী মৌচুমী বৰা, বিশিষ্ট নাট্যকৰ্মী তথা নাট পৰিচালক নিৰজমনি বৰা, বিশিষ্ট নাট্যকাৰ পৰিচালক ৰাতুল ফুকন, যুৱ নাট পৰিচালকদ্বয় তৰুণ তীৰ্থ শইকীয়া আৰু অবিনাশ শৰ্মা, বিশিষ্ট সাংস্কৃতিক কৰ্মী কাকলি গোস্বামী, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক মৃদুস্মিতা শৰ্মা, নাট্যকৰ্মী-কবি-সাংবাদিক অজন্তা তালুকদাৰ আদিৰ লগতে বোকাখাত নাট্য মন্দিৰ আৰু ৰূপজ্যোতি সংঘৰ বিষয় ববীয়া সকল আৰু যথেষ্ট সংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে। শেষত শলাগৰ শৰাই আগবঢ়ায় জিতু শৰ্মা ৰাজখোৱাই।

Tags: BokakhatDramaনাট 'বেহুৰ চাৰ্কাছবোকাখাত
Share4Tweet3Send

Related Posts

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
ADVERTISEMENT
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ
National-International

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
50
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি
National-International

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

June 18, 2026
50
US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি
National-International

US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx