ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Manish SisodiaI I দিল্লীৰ বিদ্যালয়ত আপৰ মনীষ প্ৰচাৰক লৈ বিতৰ্ক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 4, 2023
Reading Time: 1 min read
A A
0
Manish SisodiaI I দিল্লীৰ বিদ্যালয়ত আপৰ মনীষ প্ৰচাৰক লৈ বিতৰ্ক

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ (Delhi Govt  School) অবস্থা ভাললৈ আনিছিল তেওঁ। আন ৰাজ্যত ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় ত্যাগ কৰি ব্যক্তিগত বিদ্যালয়ত যোগদান কৰাৰ বিপৰীতে দিল্লীত ইয়াৰ সম্পূৰ্ণ বিপৰীত। শিক্ষা খণ্ডত অনুশাসন অনাৰ বাবে অভিভাৱকসকলে আম আদমি পাৰ্টিৰ (Aam Admi Party) উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক (Manish Sisodia) ধন্যবাদ জনায়।

Manish Sisodia
দিল্লীৰ বিদ্যালয়ত আপৰ মনীষ প্ৰচাৰক লৈ বিতৰ্ক:

কিন্তু চিবিআইয়ে আবকাৰী নীতিত গাফিলতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে সেই ছিছোদিয়াক। ইয়াৰ পিছতে দিল্লীৰ বিদ্যালয়ত ‘আই লাভ মনীষ ছিছোদিয়া’ বেনাৰ ওলোমাই প্ৰচাৰ আৰম্ভ কৰে আপে। শিশু আৰু কিশোৰ-কিশোৰীকো এই প্ৰচাৰত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ বাবে বিৰোধী দল বিজেপিয়ে তীব্র সমালোচনা কৰিছে।

চৰকাৰী বিদ্যালয়সমূহত ছিছোদিয়াৰ বাবে আপে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে। বিভিন্ন বিদ্যালয়ত প্ৰৱেশ কৰাৰ পিছত বেনাৰ ওলোমাই বহিছে আপ কৰ্মীসকলে। একাংশ বিদ্যালয়ে ছিছোদিয়াৰ গ্ৰেপ্তাৰক গৰিহণা দি স্বাক্ষৰ সংগ্ৰহ কৰিছে।

বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীকো শ্লোগান দিয়া দেখা হৈছে। মন্ত্ৰী আতিশীকে ধৰি আপৰ নেতাই এনে ছবিৰে ছচিয়েল মিডিয়াত দাবী কৰিছে, এয়া ছাত্ৰ-ছাত্ৰীৰ বিশুদ্ধ মনীষ-প্ৰেম। ছিছোদিয়াক জে’লত ভৰালেও এই প্ৰেম পাহৰিব নোৱাৰি। আৰু বিজেপিৰ অভিযোগ- আপে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লৈ লেতেৰা ৰাজনীতি কৰিছে।

উচ্চতম ন্যায়ালয়ে জামিন আবেদনৰ শুনানি গ্ৰহণ নকৰাৰ পিছত শুকুৰবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতত নতুনকৈ জামিন আবেদন দাখিল কৰে ছিছোদিয়াই। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে এই প্ৰশ্ন উত্থাপন কৰিছিল- নিম্ন আদালত আৰু উচ্চ ন্যায়ালয়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়লৈ নাযাই মনীষে কিয় পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ত জামিনৰ বাবে আবেদন কৰিছে?

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ছিছোদিয়াক তেওঁৰ আবেদনৰ শুনানি নোপোৱাৰ পিছত নিম্ন আদালতত জামিন আবেদন দাখিল কৰিবলৈ পৰামৰ্শ দিয়ে। সেই পৰামৰ্শ অনুসৰণ কৰি আজি নিম্ন আদালতত জামিনৰ বাবে আবেদন জনায় ছিছোদিয়াৰ অধিবক্তাই।

Tags: Manish Sisodia
Share4Tweet3Send

Related Posts

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

by News Desk
August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

by News Desk
August 1, 2026
50
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

by News Desk
August 1, 2026
50
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

ADVERTISEMENT
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026
50
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক
National-International

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT