ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Manish Sisodia I জামিন নাপালে ছিছোদিয়াই, পুনৰ দুদিনৰ চিবিআইৰ জিম্মা

নিউজ ডেস্কঃ

News Desk by News Desk
March 4, 2023
Reading Time: 1 min read
A A
0
Manish Sisodia I জামিন নাপালে ছিছোদিয়াই, পুনৰ দুদিনৰ চিবিআইৰ জিম্মা

RELATED POSTS

PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

আবকাৰী দুৰ্নীতিৰ তদন্তত সহযোগ কৰা নাই দিল্লী (Delhi)ৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই (Manish Sisodia)। শনিবাৰে তদন্তকাৰী সংস্থাটোৱে দিল্লীৰ চিবিআই (CBI)ৰ বিশেষ আদালতত এই দাবী উত্থাপন কৰি তেওঁক আৰু তিনিদিন জিম্মাত ৰখাৰ দাবী জনায়। এই আবেদন ‘আংশিকভাৱে’ গ্ৰহণ কৰি ন্যায়াধীশগৰাকীয়ে ছিছোদিয়াক আৰু দুদিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

জামিন
জামিন নাপালে ছিছোদিয়াই:

ছিছোদিয়াৰ অধিবক্তাই জামিনৰ বাবে আবেদন জনাইছিল যদিও চিবিআয়ে পুনৰ ন্যায়াধীশক তিনিদিনৰ বাবে জিম্মাত দিবলৈ কয়। ছিছোদিয়াৰ অধিবক্তাই কয় যে তেওঁৰ ক্লায়েণ্টৰ পত্নী গুৰুতৰভাৱে অসুস্থ। ইয়াৰ উপৰি তেওঁ কয়, ‘চিবিআইৰ অদক্ষতা কেতিয়াও জামিন নোপোৱাৰ কাৰণ হʼব নোৱাৰে।’ শেষত ন্যায়াধীশে চিবিআইৰ আবেদন আংশিকভাৱে মানি লৈ ছিছোদিয়াক দুদিনৰ বাবে তেওঁলোকৰ জিম্মালৈ প্ৰেৰণ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Delhi CBIManish Sisodiaদিল্লীৰ চিবিআইমনীষ ছিছোদিয়া
Share4Tweet3Send

Related Posts

PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা
National-International

by News Desk
September 17, 2026
50
Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা
National-International

Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা

by News Desk
September 17, 2026
50
Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন
National-International

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

by News Desk
September 17, 2026
50
India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ
National-International

India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

by News Desk
September 17, 2026
50
BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 
National-International

BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

by News Desk
September 17, 2026
50
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

by News Desk
September 16, 2026
51
ADVERTISEMENT
Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক
Assam

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

September 17, 2026
50
Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক
Assam

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

September 17, 2026
50
PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা
National-International

PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

September 17, 2026
50
Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা
National-International

Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা

September 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

September 17, 2026
Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

September 17, 2026
PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

September 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d