ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rabri Devi I ভূমিৰ বিনিময়ত চাকৰিৰ অভিযোগত ৰাবৰি দেৱীৰ ঘৰত চিবিআইৰ অভিযান, অব্যাহত

নিউজ ডেস্কঃ

News Desk by News Desk
March 6, 2023
Reading Time: 1 min read
A A
0
Rabri Devi I ভূমিৰ বিনিময়ত চাকৰিৰ অভিযোগত ৰাবৰি দেৱীৰ ঘৰত চিবিআইৰ অভিযান, অব্যাহত

RELATED POSTS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

সোমবাৰে পুৱাৰে পৰা চিবিআই (CBI)ৰ বিষয়াই লালু প্ৰসাদ যাদৱ (Lalu Prasad Yadav)ৰ পত্নী তথা বিহাৰ (Bihar)ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীৰ (Former Chief Minister Rabri Devi) ঘৰত অভিযান (Drive at home) চলায়। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ সূত্ৰ অনুসৰি, ভূমি বিক্ৰী আৰু চাকৰিৰ দুৰ্নীতিৰ ক্ষেত্ৰত এইগৰাকী আৰজেডি নেতাক জেৰা কৰা হʼব।

ৰাবৰি দেৱী
ৰাবৰি দেৱীৰ ঘৰত চিবিআইৰ অভিযান:

যাৰ বাবে পাটনাৰ ৰাবৰিৰ ঘৰৰ সন্মুখত বহু আৰক্ষী মোতায়েন কৰা হয়। উল্লেখ্য, ৰাবৰিৰ পুত্ৰ তথা আৰজেডি নেতা তেজস্বী যাদৱ বৰ্তমান বিহাৰৰ উপ-মুখ্যমন্ত্ৰী। শেহতীয়াকৈ ৯জন বিৰোধী নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি বিৰোধীক হাৰাশাস্তি কৰিবলৈ চিবিআই, ইডিৰ দৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে। তাৰ ভিতৰত আছিল তেজস্বী।

উল্লেখ্য, এই পত্ৰ প্ৰেৰণ কৰাৰ পিছতে চিবিআয়ে তেজস্বীৰ মাতৃ ৰাবৰিৰ ঘৰত অভিযান চলায়।২০০৪ চনৰ পৰা ২০০৯ চনলৈ যেতিয়া লালু প্ৰথম ইউ পি এ চৰকাৰত ৰে’ল মন্ত্ৰী আছিল, তেতিয়া বহু বিহাৰৰ যুৱকক ভূমিৰ বিনিময়ত ৰে’লৱেত গ্ৰুপ ডি পদত নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত অভিযোগৰ আঙুলি মূলতঃ লালুৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱী আৰু তেওঁলোকৰ দুই কন্যা মিছা আৰু হেমাৰ বিৰুদ্ধে উঠিছে।

বিগত বৰ্ষৰ ২০ মেʼত চিবিআয়ে এই ঘটনাৰ তদন্তৰ বাবে দিল্লী, পাটনাসহ দেশৰ মুঠ ১৫টা স্থানত তালাচী অভিযান চলাই। ইয়াৰ পিছত আগষ্ট মাহত কেইবাজনো আৰজেডি নেতাৰ ঘৰত অভিযান চলায়।

ফেব্ৰুৱাৰী মাহত দিল্লীৰ ৰাউজ এভিনিউ আদালতে ‘মাটিৰ বিনিময়ত চাকৰি’ গোচৰত আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ, তেওঁৰ পত্নী আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীকে ধৰি ১৬জন অভিযুক্তৰ বিৰুদ্ধে চমন জাৰি কৰিছে। চিবিআয়ে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত ১৫ মাৰ্চৰ ভিতৰত লালুৰ জবাব তলব কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CBIRabri Deviচিবিআইৰাবৰি দেৱী
Share5Tweet3Send

Related Posts

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

by News Desk
September 15, 2026
51
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
51
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
ADVERTISEMENT
Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক
Assam

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
50
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
50
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026
50
Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য

September 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d