ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Holi Dead I মুম্বাইত হোলীত ৰহস্যজনক মৃত্যু! বাথৰুমৰ পৰা উদ্ধাৰ দম্পতীৰ মৃতদেহ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 11, 2023
Reading Time: 1 min read
A A
0
লংকাৰ কাকীত পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ এগৰাকী কিশোৰীৰ মৃতদেহ:

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

হোলীৰ (Holi) দিনা দম্পতীৰ ৰহস্যজনক মৃত্যু। বাথৰুমৰ পৰা উদ্ধাৰ কৰে তেওঁলোকৰ মৃতদেহ। আৰক্ষীৰ মতে, হোলী উদযাপনৰ পিছত তেওঁলোকৰ মৃত্যু হয়। কিন্তু এই মৃত্যু কেনেকৈ হ’ল, সেয়া জানিব পৰা হোৱা নাই।

RELATED POSTS

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

Dead body
মুম্বাইত হোলীত ৰহস্যজনক মৃত্যু:

মুম্বাইৰ (Mumbai) ঘাটকোপাৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। তাত এটা এপাৰ্টমেণ্টৰ ষষ্ঠ মহলাত বাস কৰিছিল দম্পতীটোৱে। বুধবাৰে ফ্লেটটোৰ বাথৰুমৰ পৰা উদ্ধাৰ কৰে স্বামী-স্ত্ৰীৰ মৃতদেহ। গৃহকৰ্মীগৰাকীয়ে প্ৰথমে তেওঁলোকক দেখা পায়। ইয়াৰ পিছত চিনাকি মানুহে আৰক্ষীক খবৰ দিয়ে।

গৃহকৰ্মীয়ে জনোৱা মতে, আগতে ঘৰটোৰ ডুপ্লিকেট ছাবি ৰাখিছিল। বুধবাৰে তেওঁ ফ্লেটটোৰ দুৱাৰত তলা লগোৱা দেখি চাবিৰে দুৱাৰখন খুলি দিয়ে। ইয়াৰ পিছত তেওঁ দেখে যে স্বামী-স্ত্ৰী দুয়োজনেই বাথৰুমত পৰি আছে। এই দৃশ্য প্ৰত্যক্ষ কৰি লগে লগে দম্পতীটোৰ আত্মীয়ক খবৰ দিয়ে পৰিচাৰকগৰাকীয়ে। তেওঁলোক ওচৰৰ ফ্লেটত বাস কৰিছিল। আত্মীয়ই আহি আৰক্ষীক খবৰ দিয়ে।

পন্থন নগৰ থানাৰ ডিচিপি পুৰুষোত্তম কাৰাদে (purushottam Karad) জানিবলৈ দিয়া মতে, ঘটনাটোত আকস্মিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে। মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৃত ব্যক্তিজনৰ বয়স ৪২ বছৰ। মহিলাগৰাকীৰ বয়স ৩৯ বছৰ।

হোলী খেলি তেওঁলোকৰ মৃত্যু কেনেকৈ হʼল, কিয় বাথৰুমৰ পৰা উদ্ধাৰ হʼল মৃতদেহ, এই সকলোবোৰ প্ৰশ্ন ৰহস্যৰ আৱৰ্তত। আৰক্ষীয়ে ফ্লেটটোত তালাচী চলাইছে, দম্পতীহালৰ আত্মীয় আৰু পৰিচাৰিকাগৰাকীক জেৰা কৰি ঘটনাৰ সবিশেষ সংগ্ৰহ কৰিছে। দম্পতীহালৰ মৃত্যুৰ আঁৰত আন কিবা ষড়যন্ত্ৰ থাকিব পাৰে নেকি সেই বিষয়েও তদন্ত চলি আছে।

Tags: Holi
Share4Tweet3Send

Related Posts

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

by News Desk
July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

by News Desk
July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

by News Desk
July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

by News Desk
July 21, 2026
50
Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ
National-International

Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ

by News Desk
July 21, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

by Staff Reporter
July 21, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx