ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Student Abducted I অষ্টম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয় চৌহদৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ, অভিযুক্ত ছাত্ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 13, 2023
Reading Time: 1 min read
A A
0
Student Abducted I অষ্টম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয় চৌহদৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ, অভিযুক্ত ছাত্ৰ

RELATED POSTS

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

বিদ্যালয় চৌহদ (School Campus)ৰ পৰা অষ্টম শ্ৰেণী (8th Standrad)ৰ এগৰাকী ছাত্ৰীক অপহৰণ (Student abducted) কৰাৰ পিছত আন এখন বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ আৰু বিদ্যালয় ত্যাগ কৰা এজন যুৱকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ (Gang rape allegations) উত্থাপন হয়। কেৱল ধৰ্ষণেই নহয়, অভিযুক্তই ছাত্ৰীগৰাকীৰ ভিডিঅʼ লৈ ছচিয়েল মিডিয়াতো প্ৰচাৰ কৰে।

 দলবদ্ধ ধৰ্ষণ
বিদ্যালয় চৌহদৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ:

আনকি ছাত্ৰীগৰাকীক এই ঘটনাৰ বিষয়ে কাৰোবাক কʼলে হত্যা কৰাৰো ভাবুকি দিয়ে। ফলত এই ঘটনাৰ বিষয়ে ঘৰত থকা কাকো অৱগত কৰাৰ সাহস নাছিল ছাত্ৰীগৰাকীৰ। যোৱা বছৰৰ ১৮ ডিচেম্বৰত হাৰিয়ানাৰ গুৰুগ্ৰামৰ (Gurugram in Haryana) চোহনা অঞ্চলত সংঘটিত হৈছিল এই ঘটনা।

শুকুৰবাৰলৈকে কিশোৰীগৰাকীৰ পৰিয়ালক এই বিষয়ে অৱগত কৰা হোৱা নাছিল। তেওঁৰ আপত্তিজনক ভিডিঅ’ ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ কথা জানিব পাৰি শনিবাৰে তেওঁ পিতৃ-মাতৃৰ আগত সমগ্ৰ ঘটনাটো প্ৰকাশ কৰে। ইয়াৰ পিছতে ছোৱালীজনীৰ পিতৃ-মাতৃয়ে তিনিজন কিশোৰৰ নামত দলবদ্ধ ধৰ্ষণৰ অভিযোগ আৰক্ষীত দাখিল কৰে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ১৮ ডিচেম্বৰত ছাত্ৰীগৰাকীয়ে বিদ্যালয়ত খেলা-ধূলা কৰি আছিল। সেই সময়ত ছাত্ৰীগৰাকীক অপহৰণ কৰিছিল তিনিজন কিশোৰে। ইয়াৰ পিছত তেওঁক এটা পাহাৰীয়া অঞ্চললৈ লৈ যোৱা হয়। অভিযোগ অনুসৰি, তাত তিনিওজনে ধৰ্ষণ কৰে। তেওঁৰ আপত্তিজনক ভিডিঅ’ লৈ ছচিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ লগতে মৃত্যুৰ ভাবুকিও দিয়ে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত দুজন অন্য বিদ্যালয়ত একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি আছিল। তৃতীয়জন স্কুল ত্যাগ কৰা। আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত তালাচী চলায়। কিন্তু তেওঁলোকৰ সন্ধান পোৱা নগʼল।

গুৰুগ্ৰামৰ উপ-আৰক্ষী আয়ুক্ত উপাসনা সিঙে কয়, “অভিযুক্তক চিনাক্ত কৰা হৈছে। শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হʼব তেওঁলোকক। অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৬৩ (অপহৰণ), ৩৭৬-ডি (১৬ বছৰৰ তলৰ মহিলা ধৰ্ষণ) আৰু POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Gang rapeGurugramগুৰুগ্ৰামদলবদ্ধ ধৰ্ষণ
Share5Tweet3Send

Related Posts

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

by News Desk
October 5, 2026
51
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
51
Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ
National-International

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

by News Desk
October 5, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

ECI row : আয়োগে আইন অমান্য কৰি লোৱা সিদ্ধান্ত বাতিল কৰা হ’ব : জ্ঞানেশ কুমাৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
51
Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা
National-International

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

by News Desk
October 5, 2026
51
Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে
National-International

Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে

by News Desk
October 5, 2026
51
ADVERTISEMENT
Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী
Assam

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

October 6, 2026
50
নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল
Assam

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

October 6, 2026
50
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

শিলচৰ পৌৰনিগম ভোট গণনা আৰম্ভ

October 6, 2026
50
Bye poll 2026 : নগাঁও লোকসভাকে ধৰি দেশৰ ৩ ৰাজ্যৰ ৫ বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ
Assam

Bye poll 2026 : নগাঁও লোকসভাকে ধৰি দেশৰ ৩ ৰাজ্যৰ ৫ বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

October 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

October 6, 2026
নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

October 6, 2026
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

শিলচৰ পৌৰনিগম ভোট গণনা আৰম্ভ

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d