ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Hyderabad Fire I হায়দৰাবাদৰ অট্টালিকাত অগ্নিকাণ্ড, মহিলাসহ নিহত ৬

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 17, 2023
Reading Time: 1 min read
A A
0
Hyderabad Fire I হায়দৰাবাদৰ অট্টালিকাত অগ্নিকাণ্ড, মহিলাসহ নিহত ৬

RELATED POSTS

Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

তেলেংগানাৰ (Telengana) ৰাজধানী হায়দৰাবাদত (Hyderabad) বহুমহলীয়া অট্টালিকাৰ অগ্নিকাণ্ডত কমেও ৬ জন লোকৰ মৃত্যু হয়। বৃহস্পতিবাৰে নিশা কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে অগ্নিকাণ্ডৰ তথ্য লাভ কৰি সেই স্থানত উপস্থিত হয়। অট্টালিকাৰ পঞ্চম মহলাৰ পৰা ৭ জন লোকক উদ্ধাৰ কৰা হয়।

Hyderabad Fire
হায়দৰাবাদৰ অট্টালিকাত অগ্নিকাণ্ড:

কিন্তু গোটেই নিশা চেষ্টা অব্যাহত ৰখাৰ পাছতো জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা নগʼল। এই প্ৰতিবেদন লিখাৰ সময়ত একাংশ লোক বহুমহলীয়া অট্টালিকাটোত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। ফলত মৃতকৰ সংখ্যাও বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। হায়দৰাবাদৰ উপায়ুক্ত চন্দনা দীপ্তীয়ে (Chandana Dipti) কয় যে বহুমহলীয়া অট্টালিকাৰ অগ্নিকাণ্ডত দুগৰাকী মহিলাকে ধৰি ছয়জন লোকৰ মৃত্যু হৈছে।

আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জানিব পাৰিছে যে স্বপ্নালোক কমপ্লেক্স (Swapnalok Complex) নামৰ বহুমহলীয়া অট্টালিকাটোৰ পঞ্চম মহলাত প্ৰথমটো অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ আৰম্ভ হৈছে তদন্ত। আৰক্ষীয়ে জনোৱা মতে, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে ১০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Hyderabad
Share4Tweet3Send

Related Posts

Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ
National-International

by News Desk
August 20, 2026
50
Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ
National-International

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

by News Desk
August 20, 2026
50
Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত
National-International

Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত

by News Desk
August 20, 2026
50
Indian Citizenship : এতিয়াৰে পৰা জিলা আয়ুক্তই প্ৰদান কৰিব নাগৰিকত্ব, অসমকে ধৰি আঠ ৰাজ্যৰ কা সন্দৰ্ভত নতুন নিৰ্দেশনা কেন্দ্ৰৰ

Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ

Covid 19 : কোভিডৰ প্ৰভাৱত সুপ্ত ভাইৰাছ জাগ্ৰত হৈছে, সামান্য জ্বৰ হ’লেও হাওঁফাওঁৰ ক্ষতি হ’ব পাৰে; কিয় চিন্তিত গৱেষকসকল?

ADVERTISEMENT
Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ
National-International

Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ

August 20, 2026
50
Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং
DIPHU

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

August 20, 2026
50
Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ
National-International

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

August 20, 2026
50
Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত
National-International

Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত

August 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ

Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ

August 20, 2026
Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

August 20, 2026
Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

August 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d