ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

President Draupadi Murmu I গজ মহোৎসৱ উদ্বোধনৰ বাবে কাজিৰঙাত ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰীৰ আদৰণি

নিউজ ডেস্কঃ

News Desk by News Desk
April 6, 2023
Reading Time: 1 min read
A A
0
President Draupadi Murmu I গজ মহোৎসৱ উদ্বোধনৰ বাবে কাজিৰঙাত ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰীৰ আদৰণি

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হৈছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰমুৱে (President Draupadi Murmu)। আজি দুপৰীয়া বিশেষ বিমানেৰে ৰাষ্ট্ৰপতিয়ে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত অৱতৰণ কৰে। তাত ৰাষ্ট্ৰপতিক উষ্ম আদৰণি জনায় ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

গজ মহোৎসৱ
গজ মহোৎসৱ উদ্বোধনৰ বাবে কাজিৰঙাত ৰাষ্ট্ৰপতি:

তাৰ পৰা বিশেষ হেলিকপ্টাৰেৰে আহি বোকাখাত ৰাজহুৱা খেলপথাৰত নিৰ্মিত অস্থায়ী হেলিপেডত অৱতৰণ কৰে। তাৰ পৰা তেওঁ পোনে পোনে কাজিৰঙালৈ ৰাওনা হয়।আজি বিয়লি কাজিৰঙাত উপস্থিত হৈ জিপ চাফাৰী কৰে ৰাষ্ট্ৰপতিয়ে। শুকুৰবাৰে কাজিৰঙা গজ মহোৎসৱ উদ্বোধন (Kaziranga Gaj Mahotsav inaugurated) কৰিব ৰাষ্ট্ৰপতিয়ে।

তাৰ পৰা আহি ৭ এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত ৮ এপ্ৰিলত তেওঁ তেজপুৰ বায়ুসেনা ঘাটিত চুখয় বিমানৰ বিশেষ উৰণত অংশগ্ৰহণ কৰিব।

Tags: Draupadi MurmuGaga Festivalগজ মহোৎসৱদ্ৰৌপদী মুৰমু
Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা
National-International

June 20, 2026
50
Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

Ram Mandir inauguration I ৰাম মন্দিৰ উদ্বোধনৰ পিছতো হ’ব পাৰে গোধৰা আৰ্হিত আক্ৰমণ! উদ্ধৱ থাকৰেৰ আশংকা
National-International

Uddhav Thackeray I দলক বচাবলৈ নেতৃত্ব ত্যাগ কৰিবলৈও প্ৰস্তুত উদ্ধৱ থাকৰে

June 20, 2026
50
Yogi Adityanath I ৰামচন্দ্ৰৰ বাবে যদি ৫০০ বছৰ অপেক্ষা কৰিব পাৰে এছআইটিক ১৫ দিন দিয়ক, ৰাম মন্দিৰৰ অনুদান চুৰি সন্দৰ্ভত আদিত্যনাথ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা

Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা

June 20, 2026
Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026
Ram Mandir inauguration I ৰাম মন্দিৰ উদ্বোধনৰ পিছতো হ’ব পাৰে গোধৰা আৰ্হিত আক্ৰমণ! উদ্ধৱ থাকৰেৰ আশংকা

Uddhav Thackeray I দলক বচাবলৈ নেতৃত্ব ত্যাগ কৰিবলৈও প্ৰস্তুত উদ্ধৱ থাকৰে

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT