ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Uddhav Thackeray I দলক বচাবলৈ নেতৃত্ব ত্যাগ কৰিবলৈও প্ৰস্তুত উদ্ধৱ থাকৰে

Staff Reporter by Staff Reporter
June 20, 2026
Reading Time: 1 min read
A A
0
Ram Mandir inauguration I ৰাম মন্দিৰ উদ্বোধনৰ পিছতো হ’ব পাৰে গোধৰা আৰ্হিত আক্ৰমণ! উদ্ধৱ থাকৰেৰ আশংকা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা

Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

Yogi Adityanath I ৰামচন্দ্ৰৰ বাবে যদি ৫০০ বছৰ অপেক্ষা কৰিব পাৰে এছআইটিক ১৫ দিন দিয়ক, ৰাম মন্দিৰৰ অনুদান চুৰি সন্দৰ্ভত আদিত্যনাথ

যদিহে দলীয় কৰ্মীসকলৰ তেওঁৰ নেতৃত্বৰ ওপৰত আৰু বিশ্বাস নাথাকে তেন্তে তেওঁ পদত্যাগ কৰিবলৈ সাজু। শিৱসেনাৰ ভিতৰত ক্ৰমবৰ্ধমান বিদ্ৰোহৰ মাজতে উদ্ধৱ থাকৰেয়ে (Uddhav Thackeray) এক অভূতপূৰ্ব প্ৰস্তাৱ আগবঢ়াইছে।

Uddhav Thackeray I
দলক বচাবলৈ নেতৃত্ব ত্যাগ কৰিবলৈও প্ৰস্তুত উদ্ধৱ থাকৰে:

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদি দলৰ সদস্যসকলে তেওঁক আৰু নেতৃত্বৰ যোগ্য নহয় বুলি অনুভৱ কৰে তেন্তে তেওঁ দলৰ দায়িত্ব যিকোনো কৰ্মীৰ হাতত অৰ্পণ কৰিবলৈ সাজু।

শিৱসেনাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দলীয় কৰ্মীসকলক সম্বোধন কৰি উদ্ধৱ থাকৰেয়ে কয় যে তেওঁ “যিকোনো ব্যক্তিক” দলৰ মুৰব্বী কৰিবলৈ সাজু। তেওঁ দলৰ মুৰব্বী পদ খামুচি ধৰি ৰাখিব নিবিচাৰে। অৱশ্যে তেওঁ দলৰ মতাদৰ্শৰ বাবে যুঁজ এৰি নিদিয়ে বুলি জোৰ দিয়ে। উদ্ধৱ থাকৰেয়ে কয়, “মই হাৰ নামানো। কিন্তু যিদিনা আপোনালোকে অনুভৱ কৰিব যে মই এই পদৰ বাবে উপযুক্ত নহয়, সেইদিনা মই পদত্যাগ কৰিম।”

উদ্ধৱে লগতে কয় যে দলটো হতাশ হ’ব বুলি একাংশই হয়তো আশা কৰিছে, কিন্তু শিৱসেনাই যুঁজ অব্যাহত ৰাখিব। শিৱসেনাৰ প্ৰতিষ্ঠাপক বাল থাকৰেৰ কথা উল্লেখ কৰি তেওঁ কয় যে কৰ্মীসকলে এতিয়া নিৰ্দেশৰ অপেক্ষাত আছে। তেওঁ সোঁৱৰাই দিয়ে যে বালাচাহেবেই এসময়ত সংগঠনটোক বিশ্বাসঘাতকতা কৰাসকলৰ বিৰুদ্ধে থিয় দিয়াৰ নিৰ্দেশ দিছিল।

উল্লেখ্য যে চলিত সপ্তাহত দলটোৰ ৯ জন লোকসভা সাংসদৰ ভিতৰত ৬ জন সাংসদে বিদ্ৰোহ ঘোষণা কৰি শেহতীয়াকৈ নেতৃত্বৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি সংসদীয় দলৰ বৈঠকত অনুপস্থিত আছিল। বৃহস্পতিবাৰে সংকট আৰু অধিক তীব্ৰতৰ হৈ পৰে। জানিব পৰা মতে, একনাথ শিন্দে নেতৃত্বাধীন শিৱসেনাত যোগদান কৰিবলৈ সাজু হৈছে বিদ্ৰোহী সাংসদসকল। দলৰ কৰ্মীসকলক সম্বোধন কৰি উদ্ধৱ থাকৰেয়ে নিজৰ দলৰ পৰা সাংসদৰ দলত্যাগ কৰাৰ বাবে ভোটাৰৰ ওচৰত ক্ষমা বিচাৰে।

উদ্ধৱে কয়, “আজি মই ভোটাৰসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কাৰণ তেওঁলোকে আমাক ভোট দিছিল, কিন্তু আমাৰ সাংসদসকলে দল এৰি গৈছে।” উদ্ধৱে প্ৰশ্ন উত্থাপন কৰে, “বিদ্ৰোহী সাংসদসকলৰ মতে মই তেওঁলোকৰ হাতৰ মুঠিৰ বাহিৰত। যদি মই সঁচাকৈয়ে তেওঁলোকৰ হাতৰ মুঠিৰ বাহিৰত, তেন্তে তেওঁলোকে কেনেকৈ নিৰ্বাচনত জয়ী হ’ল?”

থাকৰেয়ে শিৱসেনা (ইউবিটি) আৰু কংগ্ৰেছৰ মিত্ৰতাক তীব্ৰ সমৰ্থন কৰিছিল যদিও দলটোৰ সৈতে একত্ৰিত হোৱাৰ জল্পনা-কল্পনাক জোৰ দি নাকচ কৰে। তেওঁ প্ৰশ্ন কৰে, “আমি যদি ৩০ বছৰ ধৰি বিজেপিৰ সৈতে আছোঁ আৰু তেওঁলোকৰ সৈতে একত্ৰিত হোৱা নাই, তেন্তে আমি কংগ্ৰেছৰ সৈতে কেনেকৈ একত্ৰিত হ’ম?”

বিগত সময়ত কংগ্ৰেছৰ সৈতে শিৱসেনাৰ ৰাজনৈতিক মতানৈক্য থকাৰ পাছতো দলটোৱে “কেতিয়াও ‘মাতোশ্ৰী’ক অপমান কৰা নাছিল” আৰু প্ৰতিশ্ৰুতি পালন কৰা বুলিও তেওঁ প্ৰশ্ন কৰে। বিজেপিক আক্ৰমণ কৰি তেওঁ কয় যে বিজেপিৰ ‘হিন্দুত্ব’তকৈ কংগ্ৰেছ বহুত ভাল।

Tags: কৰিবলৈও প্ৰস্তুত উদ্ধৱ থাকৰেদলক বচাবলৈ নেতৃত্ব ত্যাগ
Share4Tweet3Send

Related Posts

Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা
National-International

by News Desk
June 20, 2026
50
Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত
National-International

Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

by News Desk
June 20, 2026
50
Yogi Adityanath I ৰামচন্দ্ৰৰ বাবে যদি ৫০০ বছৰ অপেক্ষা কৰিব পাৰে এছআইটিক ১৫ দিন দিয়ক, ৰাম মন্দিৰৰ অনুদান চুৰি সন্দৰ্ভত আদিত্যনাথ
National-International

Yogi Adityanath I ৰামচন্দ্ৰৰ বাবে যদি ৫০০ বছৰ অপেক্ষা কৰিব পাৰে এছআইটিক ১৫ দিন দিয়ক, ৰাম মন্দিৰৰ অনুদান চুৰি সন্দৰ্ভত আদিত্যনাথ

by Staff Reporter
June 20, 2026
50
Supreme Court Set to Make Historic Decision on Electoral Bonds: Pivotal Moment for Political Funding Transparency Tomorrow
National-International

SC on Footpath । পদপথত খোজকঢ়াৰ সুযোগ এটা মৌলিক অধিকাৰ, শিশুৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়

by Staff Reporter
June 20, 2026
50
Covid : কোভিডৰ সময়ত নিস্বাৰ্থভাৱে সমাজসেৱা কৰি বিপদত এজন ব্যক্তি, ৩৫ লাখৰ জিএছটি বিল
National-International

Covid : কোভিডৰ সময়ত নিস্বাৰ্থভাৱে সমাজসেৱা কৰি বিপদত এজন ব্যক্তি, ৩৫ লাখৰ জিএছটি বিল

by News Desk
June 20, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

by News Desk
June 19, 2026
50
ADVERTISEMENT
Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা
National-International

Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা

June 20, 2026
50
Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত
National-International

Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026
50
Ram Mandir inauguration I ৰাম মন্দিৰ উদ্বোধনৰ পিছতো হ’ব পাৰে গোধৰা আৰ্হিত আক্ৰমণ! উদ্ধৱ থাকৰেৰ আশংকা
National-International

Uddhav Thackeray I দলক বচাবলৈ নেতৃত্ব ত্যাগ কৰিবলৈও প্ৰস্তুত উদ্ধৱ থাকৰে

June 20, 2026
50
Yogi Adityanath I ৰামচন্দ্ৰৰ বাবে যদি ৫০০ বছৰ অপেক্ষা কৰিব পাৰে এছআইটিক ১৫ দিন দিয়ক, ৰাম মন্দিৰৰ অনুদান চুৰি সন্দৰ্ভত আদিত্যনাথ
National-International

Yogi Adityanath I ৰামচন্দ্ৰৰ বাবে যদি ৫০০ বছৰ অপেক্ষা কৰিব পাৰে এছআইটিক ১৫ দিন দিয়ক, ৰাম মন্দিৰৰ অনুদান চুৰি সন্দৰ্ভত আদিত্যনাথ

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা

Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা

June 20, 2026
Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026
Ram Mandir inauguration I ৰাম মন্দিৰ উদ্বোধনৰ পিছতো হ’ব পাৰে গোধৰা আৰ্হিত আক্ৰমণ! উদ্ধৱ থাকৰেৰ আশংকা

Uddhav Thackeray I দলক বচাবলৈ নেতৃত্ব ত্যাগ কৰিবলৈও প্ৰস্তুত উদ্ধৱ থাকৰে

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT