ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mann Ki Baat I মোডীৰ ‘মন কি বাত’ৰ ১০০ সংখ্যক খণ্ড উদযাপনৰ সময়তে প্ৰসৱ যন্ত্ৰনা, সন্তান জন্ম মহিলাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 29, 2023
Reading Time: 1 min read
A A
0
Mann Ki Baat I মোডীৰ ‘মন কি বাত’ৰ ১০০ সংখ্যক খণ্ড উদযাপনৰ সময়তে প্ৰসৱ যন্ত্ৰনা, সন্তান জন্ম মহিলাৰ

RELATED POSTS

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)ৰ ৰেডিঅʼ অনুষ্ঠান ‘মন কি বাত’ (Mann Ki Baat)ৰ শততম খণ্ড প্ৰচাৰ কৰা হʼব। তাৰ পূৰ্বে এটা সুন্দৰ মুহূৰ্ত এই ৰেডিঅ’ শ্ব’ৰ ১০০ সংখ্যক খণ্ডৰ লগত সংগতি ৰাখিছিল। যোৱা বুধবাৰে নতুন দিল্লী (Delhi)ত ‘মন কি বাত’ৰ সম্প্ৰচাৰৰ ১০০ সংখ্যক খণ্ড উদযাপনৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। তাত অতিথি হিচাপে উপস্থিত থাকে এগৰাকী মহিলা।

অনুষ্ঠানৰ সময়ত মহিলাগৰাকীৰ প্ৰসৱ যন্ত্ৰনা (Labour pains during the ceremony) আৰম্ভ হয়। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। মহিলাগৰাকীয়ে তাতেই পুত্ৰ সন্তান জন্ম (Birth of a son) দিয়ে। বিশেষ দিনটোত মাতৃ হʼবলৈ পাই উৎফুল্লিত হৈ পৰিছে মহিলাগৰাকী।

মোডীৰ ‘মন কি বাত’ৰ
মোডীৰ ‘মন কি বাত’ৰ ১০০ সংখ্যক খণ্ড উদযাপনৰ সময়তে প্ৰসৱ যন্ত্ৰনা:

যোৱা বুধবাৰে ৰাজধানীত ‘ৰাষ্ট্ৰীয় কনক্লেভ : মন কি বাত ১০০’ নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয়। তাত ১০০ অতিথিক নিমন্ত্ৰণ কৰা হৈছিল। অতিথিসকলৰ ভিতৰত আছিল উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ বাসিন্দা পুনম দেৱী। অনুষ্ঠানৰ সময়ত তেওঁৰ প্ৰসৱ যন্ত্ৰনা আৰম্ভ হোৱাত লগে লগে তেওঁক ৰাম মনোহৰ লোহিয়া চিকিৎসালয়লৈ লৈ যোৱা হয়। মহিলাগৰাকীয়ে তাতেই পুত্ৰ সন্তান জন্ম দিয়ে।

এনে এক বিশেষ দিনত তেওঁলোকৰ পৰিয়ালৰ নতুন সদস্যৰ আগমনক লৈ উৎফুল্লিত হৈ পৰিছে পুনমৰ পৰিয়াল। তেওঁৰ স্বামী প্ৰমোদ কুমাৰে সংবাদ মাধ্যমৰ আগত কয়, “এটা বিশেষ দিনত মোৰ লʼৰাটোৰ জন্ম হোৱাটো আমাৰ সৌভাগ্য৷ আমাৰ বিশ্বাস এই শিশু অতি ভাগ্যৱান।” বৰ্তমান মাতৃ আৰু পুত্ৰ সুস্থ বুলি কয় পুনমৰ স্বামীয়ে। পুনম লখিমপুৰ খেৰীৰ এটা আত্মসহায়ক গোটৰ সৈতে জড়িত।

পেলনীয়া বস্তুৰ পৰা তেওঁ বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ‘মন কি বাত’ত পুনমৰ কথা আলোকপাত কৰে। এই প্ৰসংগত তেওঁৰ স্বামীয়ে কয়, “মন কি বাতৰ এই খণ্ডটো আমাৰ বাবে অতি বিশেষ স্মৰণীয় হʼব। পুনম আৰু তেওঁৰ কামক উজ্জ্বল কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ।”বুধবাৰে এই কাৰ্যসূচী উদ্বোধন কৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে। অনুষ্ঠানত ‘মহিলা শক্তিʼকে ধৰি কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা হয়। তাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: 'মন কি বাত'Birth of a sonMann ki baat100সন্তান জন্ম
Share4Tweet3Send

Related Posts

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

by News Desk
October 6, 2026
50
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

by News Desk
October 6, 2026
50
Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে
National-International

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

by News Desk
October 6, 2026
51
SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ
National-International

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

by News Desk
October 6, 2026
51
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য
National-International

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

by News Desk
October 6, 2026
51
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

by News Desk
October 5, 2026
51
ADVERTISEMENT
Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ
Assam

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
50
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
50
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান
Assam

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026
50
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

October 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d