Tag: Featured

ডিফুত শান্তি চুক্তি স্বাক্ষৰকাৰী উগ্ৰপন্থী সংগঠনৰ প্ৰায় ৬০০ নেতা-কেডাৰ বিজেপিত যোগদান

ডিফুত শান্তি চুক্তি স্বাক্ষৰকাৰী উগ্ৰপন্থী সংগঠনৰ প্ৰায় ৬০০ নেতা-কেডাৰ বিজেপিত যোগদান

ছাইদুল ইছলাম ডিফু : যোৱা ৪ ছেপ্তেম্বৰত নতুন দিল্লীত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু কাৰবি আংলঙৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠন ক্ৰমে ...

১৯ অক্টোবৰৰ পৰা অসম চিকিৎসা সেৱা সংস্থা দীঘলীয়া আন্দোলন : ব্যাহত হ’ব স্বাস্থ্যখণ্ড OPD সেৱা

১৯ অক্টোবৰৰ পৰা অসম চিকিৎসা সেৱা সংস্থা দীঘলীয়া আন্দোলন : ব্যাহত হ’ব স্বাস্থ্যখণ্ড OPD সেৱা

ষ্টাফ ৰিপ'ৰ্টাৰ চৰকাৰ তথা স্বাস্থ্য বিভাগৰ বঞ্চনা বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা অসম চিকিৎসা সেৱা সংস্থা চমুকৈ আমছাই।১৪টা দীর্ঘদিনীয়া দাবীৰ সমাধান ...

মুম্বাইত চলন্ত ৰে’লত গণধর্ষণ মহিলাক!

মুম্বাইত চলন্ত ৰে’লত গণধর্ষণ মহিলাক!

নিউজ ডেস্কঃ মুম্বাইত চলন্ত ৰে’লৰ ভিতৰতে এগৰাকী মহিলাক গণধর্ষণৰ অভিযোগ উঠিল ৮ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে। শনিবাৰে আৰক্ষীয়ে জনোৱা মতে, ইতিমধ্যে এই ...

সাংবাদিক বুবুল দত্তলৈ ‘সংবাদ জ্যোতি বঁটা’

সাংবাদিক বুবুল দত্তলৈ ‘সংবাদ জ্যোতি বঁটা’

অজন্তা তালুকদাৰ বোকাখাত : 'অসমীয়া খবৰ'ৰ বোকাখাতস্থিত সাংবাদিক বুবুল দত্তক প্ৰদান কৰা হৈছে  "সংবাদ জ্যোতি" বঁটা। "সমগ্র শিক্ষাৰ সৌজন্য"ত কুমাৰণি ...

বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী জগত শইকীয়াৰ দেহাৱসান

বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী জগত শইকীয়াৰ দেহাৱসান

অজন্তা তালুকদাৰ বোকাখাত : বোকাখাতৰ ৰজাবাৰীৰ বিশিষ্ট নাগৰিক, শিক্ষাবিদ, সমাজ কৰ্মী, ৰজাবাৰী হাই স্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক জগত শইকীয়া (৮২)ৰ ...

নীৰজৰ জেভলিনৰ নিলামত দৰ উঠিল ডেৰ কোটি !

নীৰজৰ জেভলিনৰ নিলামত দৰ উঠিল ডেৰ কোটি !

নিউজ ডেস্কঃ অলিম্পিকত স্বৰ্ণজয়ী জেভলিনৰ মূল্য ১৫ মিলিয়ন! শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য। যিডাল জেভলিন দলিয়াই টকিঅ’ অলিম্পিকত নীৰজে ...

লখিমপুৰৰ খেৰীৰ ঘটনাৰ প্রতিবাদত ১৮ অক্টোবৰত দেশজুৰি কৃষকৰ ৰে’ল অৱৰোধ কাৰ্যসূচী‌

লখিমপুৰৰ খেৰীৰ ঘটনাৰ প্রতিবাদত ১৮ অক্টোবৰত দেশজুৰি কৃষকৰ ৰে’ল অৱৰোধ কাৰ্যসূচী‌

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীৰ ঘটনাৰ প্রতিবাদত ৰে’ল অৱৰোধ কাৰ্যসূচীৰ আহ্বান জনাইছে সংযুক্ত কিষাণ মর্চাই। কৃষক সংগঠনটোৰ অন্যতম নেতা ...

পূজাৰ সপ্তাহতেই নিশাৰ আকাশত দেখা যাব বিৰল মহাজাগতিক দৃশ্য !

পূজাৰ সপ্তাহতেই নিশাৰ আকাশত দেখা যাব বিৰল মহাজাগতিক দৃশ্য !

নিউজ ডেস্কঃ এক মহাজাগতিক সহাৱস্থানত সৌৰজগতৰ তিনিটা তৰাৰ কাষলৈ আহিব চন্দ্ৰ। সমগ্ৰ দেশ শাৰদোৎসৱত মতলীয়া হৈ থকাৰ সময়তে যেন মহাকাশতো ...

আৰিয়ান-কাণ্ডৰ প্ৰভাৱ : শ্বাহৰুখ খানৰ বিজ্ঞাপন বন্ধ কৰিলে অনলাইন শিক্ষা প্ৰদানকাৰী কোম্পানীয়ে

আৰিয়ান-কাণ্ডৰ প্ৰভাৱ : শ্বাহৰুখ খানৰ বিজ্ঞাপন বন্ধ কৰিলে অনলাইন শিক্ষা প্ৰদানকাৰী কোম্পানীয়ে

নিউজ ডেস্কঃ আৰিয়ান-কাণ্ডৰ ফলত অনলাইন শিক্ষা প্ৰদানৰ এটি নামী কোম্পানীৰ বিজ্ঞাপনৰ পৰা শ্বাহৰুখ খানক আঁতৰোৱাৰ তীব্ৰ দাবী উঠিছিল। অৱশেষত উক্ত ...

Page 105 of 685 1 104 105 106 685
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist