বোকাজানত নিৰ্বাচনী প্ৰচাৰ : এবছৰৰ ভিতৰত এক লাখ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰা হ’ব : ডঃ হিমন্ত বিশ্ব শৰ্মা
ষ্টাফ ৰিপ'ৰ্টাৰ ডিফু : ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰাৰ পিছতে দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া কাৰ্বি আংলং জিলাৰ ...
















