Northeast girl abused । উত্তৰ-পূৰ্বাঞ্চলৰ তিনি যুৱতীক হাৰাশাস্তিৰ অভিযোগত জে’ললৈ দম্পতী, বৰ্ণবাদী আচৰণৰ বিৰুদ্ধে সকীয়নি ৰিজিজু-খাণ্ডুৰ
বুধবাৰে দিল্লীৰ মালব্যনগৰৰ আদালতে উত্তৰ-পূবৰ তিনিগৰাকী যুৱতীৰ সৈতে বৰ্ণবাদী আচৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা এহাল দম্পতীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ ...







