Assam Sankritik Mahasangram : বোকাখাতত “অসম সাংস্কৃতিক মহাসংগ্ৰাম”ৰ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা আৰম্ভ
ৰাজ্যৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে এখন বিশেষ মঞ্চ প্ৰদান কৰাৰ প্ৰচেষ্টা হিচাবে বোকাখাতৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত (Natyamandir Auditorium in Bokakhat) ...







