Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
ভাৰতীয় কোটিপতি গৌতম আদানীৰ (Gautam Adani) বিৰুদ্ধে উত্থাপিত জালিয়াতি আৰু উৎকোচৰ অভিযোগ (Bribery accusation) উঠাই লোৱাৰ সিদ্ধান্ত লৈছে আমেৰিকাৰ ন্যায় ...








