Kabindra Purkayastha no more : জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান
ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতা (Senior BJP Leader) তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী (Former central Minister) কবীন্দ্ৰ পুৰকায়স্থ (Kabindra Purkayastha) আৰু নাই। ...







