Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ
জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ কুখ্যাত কমাণ্ডাৰ ইয়াচিৰ। জম্মু-কাশ্মীৰ আৰক্ষীৰ ‘ম'ষ্ট ৱান্টেড’ তালিকাত আছিল পাকিস্তানী সন্ত্ৰাসবাদীজন। নির্দিষ্ট ...







