কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মহামায়া পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী লুণছিং টেৰণৰ বিজয়
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলৰহৈ লুণছিং টেৰণে মহামায়া পৰিষদীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী লুণছিং টেৰণে দ্বিতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰে...
















