ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিলাইত কেএছএৰ সোণালী জয়ন্তী বৰ্ষত অংশগ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
May 4, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

কাৰ্বি ছাত্ৰ সন্থা (Karbi Students Union)ৰ ৫০ সংখ্যক অভিৱৰ্তনত (50th Conference) আজি মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Dr. Himanta Biswa Sarma)। কাৰ্বি আংলং জিলাৰ ডিলাই (Dilai in Karbi Anglong district) অনুষ্ঠিত হোৱা চাৰিদিনীয়া এই অভিৱৰ্তনৰ আজি অন্তিম দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে। অভিৱৰ্তনত অংশগ্ৰহণ কৰি ছাত্ৰ সংগঠনটোৰ প্ৰতিষ্ঠা কালৰ কথা স্মৰণ কৰি প্ৰথমগৰাকী সভাপতি আৰু সম্পাদকৰ কথাও ভাষণত উল্লেখ কৰে।

ksap2 1 | ASSAM TIMES POST

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিগত তিনি দিন ধৰি মই কৰ্ণাটকত নিৰ্বাচনত ব্যস্ত আছিলো। কাৰ্বি ছাত্ৰ সন্থাৰ মৰম আৰু আদৰক মই নেওচা দিব নোৱাৰি মই এদিনৰ বাবে অসমলৈ আহিছো। কেৱল এই অভিৱৰ্তনত অংশগ্ৰহণ কৰিবলৈ। ছাত্ৰ সমাজক একগোট হৈ সমাজৰ হকে কাম কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। দুয়োখন পাৰ্বত্য জিলাত এতিয়া বিএড কলেজ, ল’ কলেজ, চিকিৎসা মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয়কে আদি কৰি বহু কেইখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন হোৱাৰ কথা উল্লেখ কৰি অসম চৰকাৰে পাৰ্বত্য জিলাত এখন ৰাজ্যিক অথবা কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰাৰ চিন্তা-চৰ্চা কৰি থকা বুলি উল্লেখ কৰে। পাহাৰীয়া জিলাত এতিয়া আন্তঃগাথঁনি উন্নত হোৱা বুলি উল্লেখ কৰি বৌদ্ধিক বিকাশৰ বাবে ছাত্ৰ সমাজক কাম কৰিবলৈ আহ্বান জনায়।

ksap1 1 | ASSAM TIMES POST

বৌদ্ধিক বিকাশ অবিহনে এটা জাতি আগুৱাই যাব নোৱাৰে বুলি উল্লেখ কৰে। আজিৰ সমাজত ছাত্ৰ সংগঠনৰ বহু কৰণীয় আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুকলি সভাত কাৰ্বি সাংস্কৃতি, গীত, নৃত্যৰ ওপৰতো বক্তব্য ৰাখে মুখ্যমন্ত্ৰী গৰাকীয়ে। আগন্তুক দিনত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে বহু নতুন আঁচনি আৰু পদক্ষেপ গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে দোহাৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়যে, অসমৰ এনআৰচিখন আসোঁৱাসপূৰ্ণ, ৰাষ্ট্ৰজুৰি এন আৰ চি হলেহে শুদ্ধ এনআৰচি লাভ কৰিব পাৰিব৷

জিলাখনৰ বিজেপি নেতা জয়ৰাম ইংলেঙৰ বিজেপি ত্যাগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, জয়ৰাম ইংলেঙে বিজেপিত থাকিলেও সক্ৰিয় নাছিল৷ বিজেপিৰ কোনো নিৰ্বাচনী সভাত অংশগ্ৰহণো কৰা নাছিল৷ সেয়ে জয়ৰাম ইংলেঙে কংগ্ৰেছলৈ গ’লেও মুখ্যমন্ত্ৰীৰ একো ক’বলগীয়া নাই৷ অথচ যিকোনো দলত থাকিলেও তেওঁৰ শুভ কামনা থাকিব বুলি কয়৷

Tags: DilaiKSAকেএছএডিলাই
Share4Tweet3Send

Related Posts

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ
National-International

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

June 16, 2026
50
Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান
National-International

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

June 16, 2026
50
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

June 16, 2026
Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

June 16, 2026
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx