ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Asaram Bapu I ভাবমূৰ্তি নষ্ট হৈছে! আশাৰাম বাপুৰ আইনী জাননীক গুৰুত্ব নিদি নিউয়ৰ্ক চলচ্চিত্ৰ মহোৎসৱত ‘বান্দা’

নিউজ ডেস্কঃ

News Desk by News Desk
May 10, 2023
Reading Time: 1 min read
A A
0
Asaram Bapu I ভাবমূৰ্তি নষ্ট হৈছে! আশাৰাম বাপুৰ আইনী জাননীক গুৰুত্ব নিদি নিউয়ৰ্ক চলচ্চিত্ৰ মহোৎসৱত ‘বান্দা’

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

মনোজ বাজপেয়ী (Manoj Bajpayee)ৰ ‘চিৰ্ফ এক বান্দা কাফি হে’ৰ (Sirf ek bandha kafi hai) ট্ৰেইলাৰে ছবিপ্ৰেমীৰ মাজত ভাল প্ৰভাৱ পেলাইছে।স্বঘোষিত ধৰ্মগুৰুজনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ যুঁজ চলি আছে। নাবালিকা ধৰ্ষণৰ ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হয় তেওঁ। ন্যায় আদায় কৰিবলৈ ধৰ্মগুৰুক জে’ললৈ পঠিয়াব পাৰিবনে? গুঞ্জন গডমেন আশাৰাম বাপুৰ (Asaram Bapu) জীৱনৰ আধাৰত নিৰ্মিত নেকি ছবিখন? ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছত আশাৰামৰ অধিবক্তাই ছবিখনৰ পৰিচালক-প্ৰযোজকলৈ জাননী প্ৰেৰণ কৰে।

Asaram Bapu
Asaram Bapu:

তেওঁ দাবী কৰে যে ছবিখন অতি আপত্তিজনক। ইয়াৰ ফলত ধৰ্মগুৰুজনৰ ভাবমূৰ্তি নষ্ট হৈছে। লগতে ছবি মুকলি কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবেও আবেদন কৰে।এই ছবিখনত মনোজ বাজপেয়ীয়ে উচ্চ ন্যায়ালয়ৰ অধিবক্তা পি চি ছোলংকীৰ চৰিত্ৰত অভিনয় কৰিছে। নাবালিকাৰ যৌন নিৰ্যাতনৰ আঁৰৰ সত্য উদঙাই দিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ।

এজন সাধাৰণ অধিবক্তাৰ অসাধাৰণ সংগ্ৰামৰ কাহিনী হৈছে চিৰ্ফ এক বাণ্ডা কাফি হে। ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকী এই ছবিখনতো অনবদ্য। ট্ৰেইলাৰত তেওঁৰ অভিনয়ে সমালোচকৰ প্ৰশংসা লাভ কৰে। সুখবৰ যে নিউয়ৰ্ক চলচ্চিত্ৰ মহোৎসৱত মুক্তি পাবলৈ গৈ আছে ছবিখন।

অক্টোবৰ ২০১৩। আশাৰাম বাপুকে ধৰি ৭জন লোকৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল চুৰাটৰ এগৰাকী মহিলাই। লগতে তেওঁক আশ্ৰমত বলপূৰ্বকভাৱে বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে। ২০১৪ চনৰ জুলাই মাহত আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছিল। চলিত বছৰত আশাৰাম বাপুক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। বৰ্তমান ৮১ বছৰীয়া স্বঘোষিত ধৰ্মগুৰুজনৰ অস্থায়ী ঠিকনা যোধপুৰ কাৰাগাৰ।

Tags: Asaram BapuSirf ek bandha kafi haiআশাৰাম বাপুচিৰ্ফ এক বান্দা কাফি হে
Share4Tweet3Send

Related Posts

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

by News Desk
August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

by News Desk
August 4, 2026
50
Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে
National-International

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

by News Desk
August 4, 2026
50
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ
National-International

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

by News Desk
August 4, 2026
50
Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ
National-International

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

by News Desk
August 4, 2026
50
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে
National-International

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

by News Desk
August 3, 2026
50
ADVERTISEMENT
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT