ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Assam-Meghalaya Border I অসম-মেঘালয় সীমান্তৰ শেহতীয়া পৰিস্থিতিকলৈ ডিফুত সৰ্বদলীয় বৈঠক

বৰ্ডাৰ প্ৰটেকছন ভিজিলেন্স কমিটি গঠন

ASSAM TIMES POST by ASSAM TIMES POST
May 13, 2023
Reading Time: 1 min read
A A
0
Assam-Meghalaya Border I অসম-মেঘালয় সীমান্তৰ শেহতীয়া পৰিস্থিতিকলৈ ডিফুত সৰ্বদলীয় বৈঠক

RELATED POSTS

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু:পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিক লৈ ডিফুত শনিবাৰে কাৰ্বি আংলঙৰ সকলো ৰাজনৈতিক দল, ছাত্ৰ সংগঠন, অন্যান্য সামাজিক-সাংস্কৃতিক সংগঠনৰ উপৰি প্ৰাক্তন সাংসদ, বিধায়কসকলৰ লগতে নেতৃস্থানীয় ব্যক্তিসকলক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়।

অসম-মেঘালয় সীমান্ত
অসম-মেঘালয় সীমান্তৰ শেহতীয়া পৰিস্থিতিকলৈ ডিফুত সৰ্বদলীয় বৈঠক:

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত উপস্থিত সকলোৱে শেহতীয়া ঘটনা প্ৰৱাহক প্ৰতিহত কৰাৰ বাবে মন্তব্য আগবঢ়ায়।দিনৰ ১১ বজাৰ পৰা ৬ ঘণ্টা সময়জুৰি এই বিষয়ত আলোচনা অনুষ্ঠিত হোৱা দেখা যায়।

97ee0579 7d83 47e2 96c4 20fef501d6b7 | ASSAM TIMES POSTসীমান্তৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ অধ্যক্ষতাত গঠন কৰি দিয়া সমিতিখনে বিষয়টো আলোচনাৰ মাজেৰে নিষ্পত্তি কৰিব লাগে বুলি আজিৰ বৈঠকে মন্তব্য আগবঢ়ায়।এই সমিতিখনত পশ্চিম কাৰ্বি আংলঙৰ মেঘালয় সীমান্তৱৰ্তী কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ আমৰেং, ছচেং, চিণ্ঠং আৰু আমৰি সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধিসকল অন্তৰ্ভুক্ত হৈ আছে।

অসম-মেঘালয় আৰু অসম-নগালেণ্ডৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে সীমান্তত বসবাস কৰা সকলো ৰাজনৈতিক দলৰ সদস্যক লৈ Border Protection Vigilance Committee গঠন কৰা হয়।

ce40aab0 d61f 40a7 9c50 b056228e8ee2 | ASSAM TIMES POSTএই সমিতিসমূহে সীমান্তৰ সমস্যা সন্দৰ্ভত আলোচনাৰ মৰ্মে গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক অৱগত কৰিব। পৰিষদে এই সন্দৰ্ভত সকলোধৰণৰ সহযোগিতা আগবঢ়াব।মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ সৈতেও সীমান্তৰ সমস্যা সন্দৰ্ভত জিলাখনৰ সকলো ৰাজনৈতিক দলৰ নেতৃত্বই আলোচনাত বহাৰ পোষকতা কৰে।

ৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে Give & Take নীতি সন্দৰ্ভত কোনো সিদ্ধান্ত হোৱা নাই বুলি অৱগত কৰে কাৰ্বি আংলং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে।জিলাখনৰ সৰ্বদলীয় নেতৃত্বই আৰু ৰাজ্য চৰকাৰক সাক্ষাৎ কৰি চৰকাৰৰ Give & Take নীতিৰ বিৰুদ্ধাচৰণ কৰিবলৈ পৰামৰ্শ আগহঢ়ায় ASDC দলৰ প্ৰতিনিধিয়ে। এই সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে বিশেষ অধিৱেশন অনুষ্ঠিত কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈয়ো পৰামৰ্শ আগবঢ়োৱা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অসম-মেঘালয় সীমান্তৰশেহতীয়া পৰিস্থিতিকলৈ ডিফুত সৰ্বদলীয় বৈঠক
Share5Tweet3Send

Related Posts

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
55
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
ADVERTISEMENT
ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ
National-International

ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ

October 31, 2026
50
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা
National-International

Joshimath copter crashed : যোশীমঠৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, উত্তৰাখণ্ডত ১০ বছৰত ১৩টা দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু

October 30, 2026
51
Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু
Assam

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

October 30, 2026
51
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ
National-International

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 30, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ

ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ

October 31, 2026
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

Joshimath copter crashed : যোশীমঠৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, উত্তৰাখণ্ডত ১০ বছৰত ১৩টা দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু

October 30, 2026
Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

October 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d