ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Jammu Accident I জম্মুত দলঙৰ পৰা বাগৰিল ৭৫ যাত্ৰীসহ বাছ! নিহত কমেও ৮

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 30, 2023
Reading Time: 1 min read
A A
0
Jammu Accident I জম্মুত দলঙৰ পৰা বাগৰিল ৭৫ যাত্ৰীসহ বাছ! নিহত কমেও ৮

RELATED POSTS

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

জম্মুত (Jammu) সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা (Accident)। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যাত্ৰী কঢ়িওৱা এখন বাছ তলত বাগৰি পৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, বাছখনত মুঠ ৭৫ জন যাত্ৰী আছিল। সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি, ইয়াৰে কমেও ৮ জনৰ মৃত্যু হৈছে। আন বহু লোক আহত হয়।

Jammu Accident
Katra-bound bus rolls down gorge on Jammu-Srinagar National Highway:

মঙলবাৰে পুৱা পঞ্জাবৰ অমৃতসৰৰ (Punjab Amritsar) পৰা পৰ্যটক কঢ়িয়াই অনা এখন দীৰ্ঘ দূৰত্বৰ বাছ কাটৰা অভিমুখে গৈ আছিল। মূলত বাছখনত তীৰ্থযাত্ৰীসকল কাটৰাৰ বৈষ্ণোদেৱী মন্দিৰলৈ গৈছিল। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত বাছখন যাত্ৰা কৰি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। দলঙৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায় চালকজনে। ফলত বাছখন ওলোটা হৈ দলঙৰ পৰা বাগৰি পৰে। কাটৰাৰ পৰা এই দুৰ্ঘটনাস্থলীৰ দূৰত্ব কমেও ১৫ কিলোমিটাৰ।

উক্ত স্থানৰ ছবিত দেখা গৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ তলত বাছখন বাগৰি পৰে। ইয়াৰ সন্মুখৰ অংশটো সম্পূৰ্ণ চেপেটা হৈ গৈছে। বাছখনৰ ভিতৰত আবদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে। অঞ্চলটোত বহু লোকৰ সমাগম ঘটিছে।খবৰ অনুসৰি, এই দুৰ্ঘটনাত ২০ জনতকৈ অধিক যাত্ৰী আহত হয়। চিকিৎসাৰ বাবে জম্মুৰ এখন চিকিৎসালয়লৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে। আহতসকলৰ একাংশৰ অৱস্থা সংকটজনক।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Jammu
Share4Tweet3Send

Related Posts

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

by News Desk
September 16, 2026
50
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

by News Desk
September 16, 2026
50
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

by News Desk
September 16, 2026
50
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

by News Desk
September 16, 2026
50
US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন
National-International

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

by News Desk
September 16, 2026
50
Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল
National-International

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

by News Desk
September 16, 2026
50
ADVERTISEMENT
Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক
Assam

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
50
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
50
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026
50
Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

Assam Times Post is an Online Assamese and English News Portal from Assam.

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d