ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Bator Nat in Nagaon I নগাঁৱত শিশু সুৰক্ষা আৰু নিৰাপত্তা বিষয়ক সজাগতাৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন

জিতেন বৰকটকী:নগাঁও

ASSAM TIMES POST by ASSAM TIMES POST
June 8, 2023
Reading Time: 1 min read
A A
0
Bator Nat in Nagaon I নগাঁৱত শিশু সুৰক্ষা আৰু নিৰাপত্তা বিষয়ক সজাগতাৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

নগাঁও চহৰৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান “সপোনৰ প্ৰাপ্তিৰ” উদ্যোগত আজি নগাঁও চহৰৰ বিভিন্ন স্থানত শিশু সুৰক্ষা আৰু নিৰাপত্তা বিষয়ক সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট (Bator Nat )প্ৰদৰ্শন কৰা হয় । আনহাতে বাটৰ নাটখনলৈ ৰাইজে জনোৱা সঁহাৰিয়ে অনুষ্ঠানটিৰ উদ্দেশ্যক সফল কৰি তোলে।

বাটৰ নাট প্ৰদৰ্শন
নগাঁৱত শিশু সুৰক্ষা আৰু নিৰাপত্তা বিষয়ক সজাগতাৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন:

বাটৰ নাট অনুষ্ঠানত “সপোনৰ প্ৰাপ্তি”ৰ উপসভাপতি নৱনীতা শৰ্মা, সম্পাদিকা প্ৰশান্তি গোস্বামী, কোষাধ্যক্ষা কাশ্মীৰি শইকীয়া, সাংস্কৃতিক সম্পাদিকা মালবিকা বৰাৰ লগতে জিলা শিশু সুৰক্ষা গোট নগাঁৱৰ সুৰক্ষা বিষয়া দীপাঞ্জলী দেৱী আৰু তথ্য বিশ্লেষক পাৰ্থ জ্যোতি শইকীয়াউপস্হিত থাকে । নাটখন পৰিৱেশন আৰু পৰিচালনা কৰে শোনিত কুমাৰ বৰাই আৰু সহকাৰী পৰিচালক হিচাপে থাকে সুৰুজ কুমাৰ বৰা।

Tags: নগাঁৱত শিশু সুৰক্ষা আৰু নিৰাপত্তাবাটৰ নাট প্ৰদৰ্শনবিষয়ক সজাগতাৰ লক্ষ্যৰে
Share4Tweet3Send

Related Posts

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
ADVERTISEMENT
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

July 14, 2026
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx