ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

Science and Technology I এইবাৰ কণ্ঠস্বৰ চুৰি! ইণ্টাৰনেটত আহিছে কৃত্ৰিম বুদ্ধিমত্তাৰ নতুন ফান্দ

নিউজ ডেস্কঃ

News Desk by News Desk
June 13, 2023
Reading Time: 1 min read
A A
0
Science and Technology I এইবাৰ কণ্ঠস্বৰ চুৰি! ইণ্টাৰনেটত আহিছে কৃত্ৰিম বুদ্ধিমত্তাৰ নতুন ফান্দ

RELATED POSTS

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

যেতিয়া এটা কল্পনা বাস্তৱত পৰিণত হয়, তেতিয়া গল্প-উপন্যাসতকৈ সঁচা কাহিনী বেছি ৰোমাঞ্চকৰ হয়। শেহতীয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ (Science and Technology) উন্নতি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ (Artificial Intelligence) অন্তহীন উন্নতিয়ে সত্য আৰু অসত্যৰ মাজৰ ৰেখাডাল ম্লান কৰি তুলিছে। চাইবাৰ বিশেষজ্ঞসকলে এনে আশংকাৰ কথা কৈছে। চাইবাৰ অপৰাধীয়ে বেপোৰোৱাভাৱে মুনাফা লুটি আছে।

এটা সৰু ঘটনা। এগৰাকী আমেৰিকান মহিলালৈ ফোন আহিল। ফোনৰ সিটো মূৰত নিজৰ ছোৱালীৰ কন্ঠস্বৰ। ছোৱালীজনীয়ে কান্দিছে। তেওঁক অপহৰণ কৰা হৈছে। অপহৰণকাৰীয়ে বিপুল মুক্তিপণৰ দাবী জনাইছে। মহিলাগৰাকীয়ে কোনো সন্দেহ কৰা নাছিল। তেওঁ নিজৰ কন্যাক অপহৰণকাৰীৰ পৰা ৰক্ষা কৰিবলৈ তেওঁলোকৰ দাবী মানি লৈছিল। কিন্তু পিছত গম পোৱা যায় যে তেনে একোৱেই হোৱা নাই। ফোনত শুনা মাতটো তেওঁৰ জীয়েকৰ নহয়। এই সকলোবোৰ এআইৰ যাদু। আমেৰিকান প্ৰশাসনৰ পৰা জানিব পৰা মতে, দেশখনত এনে ধৰণৰ প্ৰৱঞ্চনাই বিৰাজ কৰিছে। এটা বিশেষ ‘এআই ভইচ ক্ল’নিং টুল’ৰ (AI Voice Cloning Tool) সৌজন্যত এয়া কৰা হৈছে। ইণ্টাৰনেটত অলপ বিচাৰিলেই ইয়াক পোৱা যায়।

ইণ্টাৰনেট
এইবাৰ কণ্ঠস্বৰ চুৰি! ইণ্টাৰনেটত আহিছে কৃত্ৰিম বুদ্ধিমত্তাৰ নতুন ফান্দ

এৰিজোনাৰ বাসিন্দা জেনিফাৰ ডিষ্টিফানোৱে অজ্ঞাত নম্বৰৰ পৰা ফোন লাভ কৰে। তেওঁ কয় যে ফোনত ছোৱালীজনীৰ মাতটো স্পষ্টকৈ শুনিছে, “মোক বচোৱা মা, দয়া কৰি মোক বচোৱা।” জেনিফাৰে কয় যে তেওঁ ১০০ শতাংশ নিশ্চিত যে সেয়া তেওঁৰ ছোৱালীজনীৰে মাত। তেওঁ স্কিইং ভ্ৰমণলৈ গৈছিল। জেনিফাৰে ভাবিলে যে ভ্ৰমণত ছোৱালীজনী বিপদত পৰিছে। এটা টিভি চেনেলক দিয়া এক সাক্ষাৎকাৰত জেনিফাৰে কয়, “মোৰ মনত কোনো সন্দেহ নাছিল, কাৰ কণ্ঠ আছিল। ঠিক মোৰ ছোৱালীজনীৰ মাত আছিল… কান্দিলে তাইৰ শব্দ ঠিক এনেকুৱাই। মই এক চেকেণ্ডৰ বাবেও সন্দেহ কৰা নাছিলো।”

অৱশ্যে জেনিফাৰে এক কোটি ডলাৰ দিবলগা নহ’ল। জেনিফাৰে নিজৰ ছোৱালীৰ নম্বৰত ফোন কৰিয়েই এআই চালিত চক্ৰটো ধৰা পেলায়। কিন্তু এই সমগ্ৰ ঘটনাত স্তম্ভিত হৈ পৰিছে আমেৰিকাৰ চাইবাৰ অপৰাধ প্ৰতিৰোধ বিভাগ। আৰক্ষীৰ তদন্ত চলি আছে। এআই ফাৰ্মৰ চিইঅ’ ৱাছিম খালেদে কয়, “এআই ভইচ ক্লʼনিং ইমানেই অবিশ্বাস্য প্ৰযুক্তি যে ইয়াৰ সঁচা-মিছা ধৰাটো কঠিন।”

ইণ্টাৰনেটত এনেকুৱা একাধিক কন্ঠস্বৰ চুৰিৰ এপ আছে, মাত্ৰ চাৰ্চ কৰিলেই হ’ল। ইয়াৰে কিছুমান এপ বিনামূলীয়া। অনলাইন পোষ্টৰ পৰা কাৰোবাৰ কন্ঠস্বৰ লৈ তাৰ প্ৰতিলিপি তৈয়াৰ কৰাটো কেইছেকেণ্ডমানৰ কাম। আৰু তাৰ পিছতে তৈয়াৰ হৈ যায় ফান্দ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AI Voice Cloning ToolArtificialIntelligenceএআই ভইচ ক্ল'নিং টুলকৃত্ৰিম বুদ্ধিমত্তা
Share4Tweet3Send

Related Posts

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

by News Desk
September 16, 2026
51
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

by News Desk
September 16, 2026
52
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

by News Desk
September 16, 2026
51
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

by News Desk
September 16, 2026
52
US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন
National-International

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

by News Desk
September 16, 2026
51
Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল
National-International

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

by News Desk
September 16, 2026
51
ADVERTISEMENT
Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক
Assam

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
56
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
51
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026
52
Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য

September 16, 2026
60
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d