![]()
হিংসাবিধ্বস্ত মণিপুৰত (Manipur Violence) অশান্তি এতিয়াও যেন কমাৰ নামেই লোৱা নাই। এইবাৰ গভীৰ নিশা গাঁৱত সোমাই তাণ্ডৱ চলালে সন্ত্ৰাসবাদীয়ে (Terrorist)। যাৰ ফলত মৃত্যু হয় মহিলাসহ ৯ জনৰ। আহত আন প্ৰায় ১০ জনক হস্পিটেলত ভর্তি কৰোৱা হৈছে।

![]()

© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx