ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CBI books 21 senior BSNL officials for graft I বিএছএনএলত ২২ কোটিৰ জালিয়াতি, ২১ বিষয়াৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 17, 2023
Reading Time: 1 min read
A A
0
CBI books 21 senior BSNL officials for graft I বিএছএনএলত ২২ কোটিৰ জালিয়াতি, ২১ বিষয়াৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

RELATED POSTS

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই (CBI) ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ (Bharat Sanchar Nigam Limited) প্ৰাক্তন জেনেৰেল মেনেজাৰকে ধৰি ২১জন বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত গোচৰ ৰুজু কৰে। শুকুৰবাৰে এই গোচৰৰ সৈতে জড়িত ২৫টা স্থানত চিবিআইৰ বিষয়াসকলে তালাচী চলায়। তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে, অভিযুক্ত বিষয়াসকলে এজন ঠিকাদাৰৰ সৈতে ষড়যন্ত্ৰ কৰি এটা কামৰ বাবে আবণ্টিত ধনৰ প্ৰবঞ্চনা কৰিছিল। ফলত বিএছএনএলৰ (BSNL) লোকচান হৈছে প্ৰায় ২২ কোটি টকা।

CBI
CBI books 21 senior BSNL officials for graft:

তদন্তকাৰী সংস্থাটোৰ মতে, বিএছএনএলৰ এই ২১জন বিষয়াই অসমত কৰ্মৰত আছিল। এই তালিকাত যোৰহাট, শিৱসাগৰ, গুৱাহাটীকে ধৰি বিভিন্ন স্থানৰ এজন প্ৰাক্তন জেনেৰেল মেনেজাৰ, ডেপুটি জেনেৰেল মেনেজাৰ, সহকাৰী জেনেৰেল মেনেজাৰ আৰু মুখ্য একাউণ্ট বিষয়াৰ নাম সন্নিবিষ্ট কৰা হৈছে। অভিযুক্ত বিষয়াসকলৰ উপৰি এফআইআৰত এজন ঠিকাদাৰৰ নামো উল্লেখ কৰা হৈছে যিজন বিএছএনএলৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহয় বুলি চিবিআইৰ সূত্ৰই প্ৰকাশ কৰিছে।

চিবিআইৰ এগৰাকী মুখপাত্ৰই এক বিবৃতিত কয়, “এজন ঠিকাদাৰক অপটিকেল ফাইবাৰৰ কামৰ দায়িত্ব দিয়া হৈছিল। অভিযোগ উত্থাপন হৈছিল যে ঠিকাদাৰে নিজৰ কাম সঠিকভাৱে নকৰিলে। তদুপৰি, তেওঁ বিভিন্ন অচিলাত সংগঠনটোৰ পৰা অতিৰিক্ত ধন লৈছে। অভিযোগ অনুসৰি, এই ঘটনাত ২১ জন বিষয়া জড়িত আছিল। ফলত বিএছএনএলৰ প্ৰায় ২২ কোটি টকাৰ লোকচান হৈছে।”সূত্ৰসমূহে লগতে জনোৱা মতে, এফআইআৰ দাখিল কৰাৰ পিছত শুকুৰবাৰে চিবিআয়ে অসম, বিহাৰ, পশ্চিমবংগ, ওড়িশা, হাৰিয়ানাৰ অভিযুক্তৰ কাৰ্যালয় আৰু বাসগৃহকে ধৰি ২৫টা স্থানত তালাচী চলায়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CBI
Share4Tweet3Send

Related Posts

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

by News Desk
September 16, 2026
50
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

by News Desk
September 16, 2026
50
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

by News Desk
September 16, 2026
50
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

by News Desk
September 16, 2026
50
US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন
National-International

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

by News Desk
September 16, 2026
50
Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল
National-International

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

by News Desk
September 16, 2026
50
ADVERTISEMENT
Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক
Assam

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
50
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
50
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026
50
Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

Assam Times Post is an Online Assamese and English News Portal from Assam.

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d