ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Coromandal Accident I কৰমণ্ডল দুৰ্ঘটনাত নতুন মোৰ! ছিগনেলৰ কনিষ্ঠ অভিযন্তা নিৰুদ্দেশ, ঘৰ ছীল চিবিআইৰ

নিউজ ডেস্কঃ

News Desk by News Desk
June 20, 2023
Reading Time: 1 min read
A A
0
Coromandal Accident I কৰমণ্ডল দুৰ্ঘটনাত নতুন মোৰ! ছিগনেলৰ কনিষ্ঠ অভিযন্তা নিৰুদ্দেশ, ঘৰ ছীল চিবিআইৰ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

কৰমণ্ডল দুৰ্ঘটনাৰ (Coromandal accident) তদন্তত এক নতুন টুইষ্ট। বালাশ্বৰৰ ছোৰো ছেকচনৰ কনিষ্ঠ ৰেʼল অভিযন্তাৰ (Junior railway engineer in Balleshwar’s Soro section) ঘৰ ছীল কৰিলে চিবিআয়ে (Home sealed CBI)। অভিযন্তাজন আৰু তেওঁৰ পৰিয়াল বালাশ্বৰৰ এটা ভাড়াঘৰত বাস কৰিছিল। কৰমণ্ডল দুৰ্ঘটনাৰ পিছৰ পৰা তেওঁলোকৰ সন্ধান নাই।

কনিষ্ঠ ৰে’ল অভিযন্তাৰ নাম আমিৰ খান। ছোৰো ছেকচনত ছিগনেল কণ্ট্ৰোলৰ কামৰ সৈতে তেওঁ জড়িত আছিল বুলি জানিব পৰা গৈছে। সোমবাৰে চিবিআইৰ চোৰাংচোৱাই তেওঁক বিচাৰি গৈছিল তেওঁৰ ঘৰলৈ। কিন্তু ঘৰত তলা লগোৱা আছিল। ফলত চিবিআয়ে ঘৰটো ছীল কৰি দিয়ে। সূত্ৰ অনুসৰি, তেওঁলোকে ঘৰটোৰ ওপৰত বিশেষ দৃষ্টি ৰাখিছে।

কৰমণ্ডল দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব লোৱাৰ পিছত চিবিআয়ে কেইবাজনো ৰেʼল কৰ্মচাৰীক জেৰা কৰে। তেনে সময়ত এই কনিষ্ঠ অভিযন্তাজনকো এবাৰ মাতি আনি সোধা-পোছা কৰা হৈছিল। অৱশ্যে তেওঁক কʼলৈ মাতিছিল, সেই বিষয়ে জনোৱা হোৱা নাছিল। প্ৰথম জেৰাৰ পিছত তেওঁক আৰু দেখা পোৱা নগ’ল।

কৰমণ্ডল দুৰ্ঘটনা
কৰমণ্ডল দুৰ্ঘটনাত নতুন মোৰ! ছিগনেলৰ কনিষ্ঠ অভিযন্তা নিৰুদ্দেশ

১৬ জুনত চিবিআইৰ তদন্তকাৰী দলটোৱে বালাশ্বৰ এৰি গুচি যায়। ইয়াৰ পিছত সোমবাৰে হঠাৎ বালাশ্বৰলৈ আহে তেওঁলোক। তেতিয়াই কনিষ্ঠ অভিযন্তাজনৰ ঘৰটো ছীল কৰি দিয়া হয়। এই যুৱকজনক বিচাৰি চিবিআই পুনৰ আহিছিল বুলি ধাৰণা কৰা হৈছে। তেওঁক বিচাৰি নোপোৱাত ঘৰটো ছীল কৰি দিয়া হয়।

ইয়াৰ পিছতে চিবিআইৰ দলটো বাহানগা বজাৰৰ ষ্টেচন মাষ্টৰৰ ঘৰলৈ যায়। খবৰ অনুসৰি, তেওঁকো এই দুৰ্ঘটনা সন্দৰ্ভত সোধা-পোছা কৰা হৈছে।

উল্লেখযোগ্য যে ২ জুনত ওড়িশাৰ বাহানগা বজাৰ ষ্টেচনৰ সমীপত আপ কৰমণ্ডল এক্সপ্ৰেছ, ডাউন বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ আৰু এখন মালবাহী ৰেʼল দুৰ্ঘটনাৰ সন্মুখীন হয়। তীব্ৰ বেগেৰে গৈ থাকোঁতে হঠাৎ লুপ লাইনত প্ৰৱেশ কৰি কৰমণ্ডল এক্সপ্ৰেছে মালগাড়ীত খুন্দা মাৰি বাগৰি পৰে। কৰমণ্ডলৰ ইঞ্জিনটো মালগাড়ীৰ এটা ডবাৰ ওপৰত উঠি যায়। এই ঘটনাত ২৯১ জন লোকৰ মৃত্যু হয়। আহতসকলৰ সংখ্যা হাজাৰৰো অধিক।

প্ৰথম অৱস্থাত ছিগনেলৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছিল। কিন্তু পিছত ৰে’লৱেই জনায় যে এই ক্ষেত্ৰত অন্তৰ্ঘাতৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। স্বয়ং ৰেʼল মন্ত্ৰীয়ে চিবিআইৰ তদন্তৰ পৰামৰ্শ দিয়ে।

Tags: CBICoromandalaccidentকৰমণ্ডলদুৰ্ঘটনা
Share4Tweet3Send

Related Posts

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

by News Desk
August 1, 2026
50
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক
National-International

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

by News Desk
August 1, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

by News Desk
August 1, 2026
50
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

ADVERTISEMENT
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026
50
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক
National-International

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
50
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব
National-International

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT