ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Draft delimitation I অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা; হ্ৰাস-বৃদ্ধি কি হ’ল ?

নিউজ ডেস্কঃ

News Desk by News Desk
June 21, 2023
Reading Time: 1 min read
A A
0
Draft delimitation I অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা; হ্ৰাস-বৃদ্ধি কি হ’ল ?

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া-সমালোচনাৰ মাজতে নিৰ্বাচন আয়োগে মঙলবাৰে প্ৰকাশ কৰে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ (Assam’s constituency rescheduling draft) খচৰা । এই খচৰা অনুসৰি ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ সংখ্যা হ্ৰাস বা বৃদ্ধি হোৱা নাই । তাৰ বিপৰীতে সমষ্টিবোৰৰ সীমাৰেখাৰ সালসলনি কৰাৰ লগতে কেইটামান সমষ্টিৰ নতুনকৈ নামকৰণ কৰা হৈছে ।

সেই অনুসৰি, মঙলদৈ লোকসভা সমষ্টিৰ নতুন নাম হ’ব দৰং, কলিয়াবৰৰ কাজিৰঙা আৰু তেজপুৰ লোকসভা সমষ্টিৰ নতুন নাম শোণিতপুৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । আনহাতে, প্ৰস্তাৱিত খচৰাত কোকৰাঝাৰ আৰু ডিফু সমষ্টিকঅনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰাৰ বিপৰীতে শিলচৰ সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে ।

 সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা
অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা; হ্ৰাস-বৃদ্ধি কি হ’ল

নতুন খচৰা অনুসৰি লোকসভা সমষ্টি (Lok Sabha constituency as per the new draft) কেইটা হৈছে :

কোকৰাঝাৰ : ৯টা বিধানসভা সমষ্টি- গোসাঁইগাঁও, দোতমা (এছ টি), কোকৰাঝাৰ (এছ টি), বাওখুংগৰী, পৰ্বতঝোৰা, ছিদলী চিৰাং (এছ টি), বিজনী, গোৱর্ধনা আৰু বাক্সা (এছ টি)।

ধুবুৰী : ১১টা বিধানসভা সমষ্টি- গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, মানকাচৰ, বিলাসীপাৰা, দক্ষিণ শালমৰা, জলেশ্বৰ, পূব গোৱালপাৰা, মাণিকপুৰ, মন্দিয়া আৰু চেঙা সমষ্টি।

বৰপেটা : ১০টা বিধানসভা সমষ্টি- অভয়াপুৰী, বঙাইগাঁও, ভৱানীপুৰ, বৰপেটা (এছ চি), ৰূপসী, বজালী, হাজো (এছ চি), বৰক্ষেত্ৰী, নলবাৰী আৰু টিহু।

দৰং : ১১ টা বিধানসভা সমষ্টি- তামুলপুৰ, গোৰেশ্বৰ, ৰঙিয়া, কমলপুৰ, ভেৰগাঁও, ওদালগুৰি (এছ টি), মাজবাট, টংলা, ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও সমষ্টি।

গুৱাহাটী : ১০টা বিধানসভা সমষ্টি – পশ্চিম গোৱালপাৰা (এছ টি), দুধনৈ (এছ টি), ছমৰীয়া, বকো (এছ টি), পলাশবাৰী, দিছপুৰ, ডিমৰীয়া (এছ চি), নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী সমষ্টি। গুৱাহাটী লোকসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে ডিমৰীয়া বিধানসভা সমষ্টি । আনহাতে, পশ্চিম গুৱাহাটী আৰু পূব গুৱাহাটী সমষ্টিৰ নাম সলনি কৰি কৰা হৈছে ক্ৰমে নিউ গুৱাহাটী আৰু গুৱাহাটী চেণ্ট্ৰেল ।

ডিফু : ৬টা বিধানসভা সমষ্টি- বোকাজান (এছ টি), হাওৰাঘাট (এছ টি), ডিফু (এছ টি), ৰংখাং (এছ টি), আমৰি (এছ টি) আৰু হাফলং (এছ টি) সমষ্টি।

কৰিমগঞ্জ : ৬টা বিধানসভা সমষ্টি- হাইলাকান্দি, আলগাপুৰ, বদৰপুৰ, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ আৰু ৰাতাবাৰী (এছ চি)।

শিলচৰ : ৭টা বিধানসভা সমষ্টি- লক্ষীপুৰ, উদৰবন্দ, কাটিগড়া, বৰখলা, শিলচৰ, সোণাই আৰু নৰসিংপুৰ (এছ চি)।

নগাঁও : ৮টা বিধানসভা সমষ্টি- জাগীৰোড, (এছ চি), লাহৰীঘাট, মৰিগাঁও, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি, নগাঁও আৰু ৰহা (এছ চি)।

কাজিৰঙা : ১০টা বিধানসভা সমষ্টি- কলিয়াবৰ, বঢ়মপুৰ, বিন্নাকান্দি, হোজাই, লামডিং, গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই আৰু সৰুপথাৰ সমষ্টি।

শোণিতপুৰ : ৯টা বিধানসভা সমষ্টি- ঢেকীয়াজুলিজু , বৰচলা, তেজপুৰ, ৰঙাপৰা, চতিয়া, বিশ্বনাথ, বিহালী (এছ চি), গহপুৰ আৰু বিহপুৰীয়া সমষ্টি।

লখিমপুৰ : ৯ টা বিধানসভা সমষ্টি- ৰঙানদী, নাওবৈচা (এছ চি), লখিমপুৰ, ঢকুৱাখনা (এছ টি), ধেমাজি (এছ টি), চিচিবৰগাঁও, জোনাই (এছটি), শদিয়া আৰু ডুমডুমা সমষ্টি।

ডিব্ৰুগড় : ১০টা বিধানসভা সমষ্টি- মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া, চাবুৱা, ডিব্ৰুগড়, মৰাণ, দুলীয়াজান, টিংখাং আৰু নাহৰকটীয়া সমষ্টি।

যোৰহাট : ১০টা বিধানসভা সমষ্টি- সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ, নাজিৰা, মাজুলী (এছ টি), টীয়ক, যোৰহাট, মৰিয়নি আৰু তিতাবৰ।

Tags: AssamconstituencydraftConstituencyreschedulingdraftঅসমসমষ্টিৰখচৰাসমষ্টিপুনৰনিৰ্ধাৰণখচৰা
Share4Tweet3Send

Related Posts

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
ADVERTISEMENT
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx