ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

মধ্যপ্ৰদেশত জনজাতীয় নাবালিকাক দলবদ্ধ ধৰ্ষণ, অভিযুক্তৰ ঘৰ ভাঙিলে প্ৰশাসনে

নিউজ ডেস্কঃ

News Desk by News Desk
July 7, 2023
Reading Time: 1 min read
A A
0
মধ্যপ্ৰদেশত জনজাতীয় নাবালিকাক দলবদ্ধ ধৰ্ষণ, অভিযুক্তৰ ঘৰ ভাঙিলে প্ৰশাসনে

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট

এগৰাকী জনজাতীয় নাবালিকাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণৰ (Tribal minor girl abducted gang-rape) অভিযোগত তিনি যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মধ্যপ্ৰদেশৰ ইন্দোৰ (Indore in Madhya Pradesh)ত বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, এজন যুৱকে নাবালিকাক নির্মীয়মাণ ঘৰ এটালৈ লৈ যায়। ইতিমধ্যে তাত উপস্থিত আছিল আন দুজন যুৱক। অভিযোগ অনুসৰি, সেই ঘৰতে তিনিও মিলি ছোৱালীজনীক দলবদ্ধ ধৰ্ষণ কৰিছিল। বিষয়টো গম পোৱাৰ লগে লগে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

MP 02 | ASSAM TIMES POST

কিশোৰীগৰাকীৰ পৰিয়ালে অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ এজাহাৰ আৰক্ষীক দাখিল কৰে। অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান আৰম্ভ কৰে। ঘটনাৰ কেইঘণ্টামান পিছতে তিনিজনকে গ্ৰেপ্তাৰ কৰা হয়। ইন্দোৰৰ মহকুমাধিপতি অক্ষয় সিং মাৰ্খামে কয় যে কেইঘণ্টামানৰ ভিতৰতে তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

MP 03 | ASSAM TIMES POST

মহকুমাধিপতিগৰাকীয়ে লগতে কয় যে মূল অভিযুক্তৰ ঘৰ কাজি পালচিয়া গাঁৱত। অভিযুক্তই মাটি দখল কৰি অবৈধভাৱে ঘৰটো নিৰ্মাণ কৰিছিল। শুকুৰবাৰে পুৱা প্ৰশাসনে অভিযুক্তৰ ঘৰ ভাঙি পেলায় (Administration demolishes the house of the accused)।

আনহাতে, শিঙাৰৌলিতো ধৰ্ষণৰ অভিযোগত অভিযুক্ত যুৱকৰ ঘৰ ভাঙি পেলায় জিলা প্ৰশাসনে। এমাহ পূৰ্বে বিনয় তিৱাৰী নামৰ এজন যুৱকে নাবালিকা ছোৱালীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ অনুসৰি, নাবালিকাগৰাকীক ঘৰত প্ৰৱেশ কৰি ধৰ্ষণ কৰা হৈছিল।

Tags: MadhyaPradeshTribalgirlgangrapeজনজাতীয়নাবালিকাকধৰ্ষণমধ্যপ্ৰদেশ
Share4Tweet3Send

Related Posts

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ
National-International

by News Desk
July 7, 2026
50
Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা
National-International

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

by News Desk
July 7, 2026
50
Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট
National-International

Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট

by News Desk
July 7, 2026
50
Microsoft : মাইক্ৰ’ছফ্টত পুনৰ ৪,৮০০ কৰ্মীক অব্যাহতি
National-International

Microsoft : মাইক্ৰ’ছফ্টত পুনৰ ৪,৮০০ কৰ্মীক অব্যাহতি

by News Desk
July 7, 2026
50
PM Modi : ইণ্ডোনেছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে কেইবাটাও চুক্তি স্বাক্ষৰিত
National-International

PM Modi : ইণ্ডোনেছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে কেইবাটাও চুক্তি স্বাক্ষৰিত

by News Desk
July 7, 2026
50
Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
National-International

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

by Staff Reporter
July 7, 2026
50
ADVERTISEMENT
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

July 7, 2026
50
Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ
National-International

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

July 7, 2026
50
Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’
Social Media

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

July 7, 2026
50
Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা
National-International

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

July 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

July 7, 2026
Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

July 7, 2026
Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT