ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Siddique Ismail Death I ছলমান খানৰ ‘বডিগাৰ্ড’ ছবিৰ পৰিচালক ছিদ্দিকী ইছমাইলৰ হৃদৰোগত মৃত্যু

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 9, 2023
Reading Time: 1 min read
A A
0
Siddique Ismail Death I ছলমান খানৰ ‘বডিগাৰ্ড’ ছবিৰ পৰিচালক ছিদ্দিকী ইছমাইলৰ হৃদৰোগত মৃত্যু

RELATED POSTS

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

বলিউডত পৰিছে পুনৰ শোকৰ ছাঁ। ছলমান খানৰ (Salman Khan) ‘বডিগাৰ্ড’ ছবিৰ পৰিচালক ছিদ্দিকী ইছমাইলৰ (Siddique Ismail) মৃত্যু।কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় বঁটা বিজয়ী কলা পৰিচালক নীতিন দেশায়ে নিজৰ ষ্টুডিঅʼত চিপ লৈ আত্মহত্যা কৰাৰ পিছত পুনৰ আহিছে দুঃসংবাদ।

 ছিদ্দিকী ইছমাইল
‘বডিগাৰ্ড’ ছবিৰ পৰিচালক ছিদ্দিকী ইছমাইলৰ হৃদৰোগত মৃত্যু:

সোমবাৰে বিয়লি হৃদৰোগত আক্ৰান্ত হোৱাত পৰিচালকজনক ততাতৈয়াকৈ কোচিৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ৩০ ঘণ্টা মৃত্যুৰে যুঁজ দিয়াৰ পিছতো শেষৰক্ষা নহ’ল। মঙলবাৰে নিশা ৯ বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে বিখ্যাত পৰিচালকগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ।

কেইবাদিনো ধৰি তেওঁ নিউমোনিয়া আৰু লিভাৰৰ সমস্যাত ভুগি আছিল। তেওঁ চিকিৎসাধীন হৈ থকা অৱস্থাতে হঠাৎ হাৰ্ট এটেক হয়। ফলত গোটেই দিনটো তেওঁক একমো চাপোৰ্টত ৰখা হয়। পিছত পৰিচালকজনক ভেণ্টিলেটৰত ৰখা হয়। কিন্তু মালয়ালম ছবিৰ এইগৰাকী জনপ্ৰিয় পৰিচালকে মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে।
আশীৰ দশকৰ পৰা তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল। তিনি দশকৰো অধিক সময় দক্ষিণৰ ছবিৰ সৈতে জড়িত আছিল তেওঁ।

‘ৰামাজী ৰাও স্পীকিং’ৰ সৈতে পৰিচালনা কৰিছিল তেওঁ। তাৰ পিছত তেওঁ ‘গডফাদাৰ’, ‘কাবুলীৱালা’, ‘হিটলাৰ’, ‘ফ্ৰেণ্ডছ’, ‘ভিয়েটনাম কলনী’ৰ দৰে হিট ছবি দিছিল। হিন্দী ভাষাত তেওঁৰ বহু বেছি ছবি নহ’লেও প্ৰথম ছবিখনেই হিট হৈছিল। ‘হলচল’ ছবিৰে বলীউডত অভিষেক ঘটায়। তেওঁ আছিল প্ৰিয়দৰ্শনৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ চিত্ৰনাট্যকাৰ।

ইয়াৰ পিছত ২০১১ চনত তেওঁ ছলমান খান, কৰীনা কাপুৰ অভিনীত ছবি ‘বডিগাৰ্ড’ পৰিচালনা কৰে।তেওঁৰ অন্তিমখন ছবি আছিল মোহনলাল আৰু আৰবাজ খান অভিনীত ‘বিগ ব্রাদাৰ’। তেওঁৰ মৃত্যুৰ খবৰত দক্ষিণৰ ছবি জগত মৰ্মাহত হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ছলমান খানৰ ‘বডিগাৰ্ড’ ছবিৰ পৰিচালকছিদ্দিকী ইছমাইলৰ হৃদৰোগত মৃত্যু
Share4Tweet3Send

Related Posts

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে
National-International

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

by News Desk
September 9, 2026
51
Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ
National-International

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

by News Desk
September 9, 2026
51
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

by News Desk
September 9, 2026
52
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

by News Desk
September 9, 2026
53
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প
National-International

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

by News Desk
September 9, 2026
53
Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ
National-International

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

by News Desk
September 9, 2026
50
ADVERTISEMENT
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

September 10, 2026
50
Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি
Assam

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

September 10, 2026
50
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

অসম-বংগ সীমান্তত ১৩টা সন্দেহযুক্ত চোৰাং গৰু জব্দ, আটক চাৰিজন

September 10, 2026
50
চিৰাঙত আৰক্ষী বিষয়াৰ বাহনে মহটিয়ালে দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল
Assam

চিৰাঙত আৰক্ষী বিষয়াৰ বাহনে মহটিয়ালে দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল

September 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

September 10, 2026
Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

September 10, 2026
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

অসম-বংগ সীমান্তত ১৩টা সন্দেহযুক্ত চোৰাং গৰু জব্দ, আটক চাৰিজন

September 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d