ASSAM TIMES POST
ডিফু : কেবৰ বিৰুদ্ধে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত সন্ধিয়ালৈকে অব্যাহত আছে ৷ প্ৰতিবাদ ৷
অসম ইউনিভাৰচিটি ডিফু চৌহদ, পলিটেকনিক, ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে যৌথ ভাবে আজি সন্ধিয়া ডিফু চহৰৰ মাজেৰে বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি ‘ কেব আমি ফালি দিম, বাংলাদেশী কাটি দিম, সৰ্বানন্দ সোণোৱাল তোমাৰ লাজ নাই, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, বাংলাদেশী গ’ বেক, জয় আই অসম আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে গান্ধী পাৰ্কৰ ওচৰতো উত্তাল প্ৰতিবাদ কৰি কেব কোনো পধ্যেই মানি নলয় ৷
প্ৰতিবাদকাৰী সকলে অসম সংগীত গাই গাই প্ৰতিবাদ সাব্যস্ত কৰে ৷













