ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Jawan set records I সকলো অভিলেখ ভংগ কৰিলে ‘জোৱান’-এ

নিউজ ডেস্কঃ

News Desk by News Desk
September 8, 2023
Reading Time: 1 min read
A A
0
Jawan set records I সকলো অভিলেখ ভংগ কৰিলে ‘জোৱান’-এ

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

ভবা মতেই যেন হৈছে৷ শ্বাহৰুখ খান (Shah Rukh Khan) বৃদ্ধ বয়সতো ‘জোৱান’ (Jawan) বুলি প্ৰথমদিনাই প্ৰমাণ কৰিলে। কিং খান আৰু নয়নতৰাৰ ছবিখনে মুক্তিৰ পাছত বক্স অফিচৰ সকলো অভিলেখ ভংগ কৰে। প্ৰথমদিনাই ঘৰুৱা সংগ্ৰহ ৬০ কোটিৰো অধিক। এটলীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ ব্যৱসায়ত শ্বাহৰুখে তেওঁৰ ছবি ‘পাঠান’ৰ প্ৰথম দিনৰ অভিলেখো ভংগ কৰিছে।

সকলো অভিলেখ ভংগ কৰিলে ‘জোৱান’-এ
সকলো অভিলেখ ভংগ কৰিলে ‘জোৱান’-এ

আশা দিদিৰ জন্মদিন:

ashabhosle d | ASSAM TIMES POSTআশাৰ পোহৰত ৯০ বছৰৰ পাছতো তেওঁ বুজাই দিলে যে তেওঁৰ নাম এতিয়াও মেলোডী কুইনৰ আসনত লিখা আছে! শুকুৰবাৰে ৯০ সংখ্যক জন্মদিনত ডুবাইত অনুষ্ঠান পৰিৱেশন কৰে আশা ভোছলেয়ে। সাত দশকৰো অধিক সময় ধৰি বলীউডক জোকাৰি যোৱা জীৱন্ত কিংবদন্তিগৰাকীয়ে ব্ৰডৱে ষ্টাইলৰ এই অনুষ্ঠানটোত সকলো ধৰণৰ গীত গাবলৈ সাজু হৈছে। তেওঁ কয়, “আন বছৰবোৰত মই মোৰ জন্মদিনটো পৰিয়ালৰ সৈতে কটাওঁ। কিন্তু এই জন্মদিনটো সম্পূৰ্ণ বেলেগ। ৯০ বছৰ হ’ল! আৰু মই সদায় বেলেগ কিবা এটা কৰি ভালপাই আহিছো।”

চলমানৰ মন নাই?

salman khan advices young fans to watch his films only if they have extra money in an old video read on 01 | ASSAM TIMES POSTদৰ্শকৰ মাজত বিগ বছ ১৭ক লৈ উত্তেজনাৰ অন্ত নাই। কাৰণ ছলমান খান। বৰ্তমান শুনা গৈছে যে এই টিভি শ্ব’টোৰ ছিজন ২০ অক্টোবৰৰ পৰা আৰম্ভ হʼব। ইফালে আহিছে ডাঙৰ শ্বক। গোটেই ছিজনটোৰ দায়িত্ব ভাইজনৰ নহয়! কাৰণ তেওঁৰ ব্যস্ততা। তেওঁৰ মনটো চিনেমাত। দীপাৱলীত মুক্তি পাব ‘টাইগাৰ ৩’। নৱেম্বৰ মাহত কৰণ জোহৰৰ নতুন ছবিখনৰো শ্বুটিং আৰম্ভ হ’ব।

Tags: JawanSetRecordজোৱানৰেকৰ্ডস্থাপন
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ
National-International

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
50
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি
National-International

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

June 18, 2026
50
US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি
National-International

US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx