ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Mika Singh Marriage controversy : সয়ম্বৰৰ মঞ্চত বাছি লোৱা সঙ্গীৰে বিয়াত নবহে মিকা সিং

নিউজ ডেস্কঃ

News Desk by News Desk
September 18, 2023
Reading Time: 1 min read
A A
0
Mika Singh Marriage controversy : সয়ম্বৰৰ মঞ্চত বাছি লোৱা সঙ্গীৰে বিয়াত নবহে মিকা সিং

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

যোৱা বছৰ কণ্ঠশিল্পী মিকা সিঙে (Singer Mika Singh) আয়োজন কৰিছিল সয়ম্বৰ। শ্ব’টোৰ নাম আছিল ‘সয়ম্বৰ- মিকা দি বোটি’ (Sayambar – Mika di Boti)। এই শ্ব’টোৰ জৰিয়তে মিকাই নিজৰ জীৱন সংগী বিচাৰি পায়। ফাইনেললৈ উন্নীত হৈছিল নীট মহল, থানহিকা দাস আৰু আকাংক্ষা পুৰী। থানহিকা আৰু নীটক এৰি মিকাৰ হৃদয় জয় কৰে তেওঁৰ পুৰণি বান্ধৱী আকাংক্ষাই (Akanksha Puri)। আকাংক্ষাই ৱাইল্ড কাৰ্ডৰ জৰিয়তে প্ৰতিযোগিতাত যোগদান কৰিছিল। পাঞ্জাবী গায়কগৰাকীৰ অভিনেত্ৰীগৰাকীৰ লগত চিনাকি তেৰ-চৈধ্য বছৰ ধৰি। ইজনে সিজনৰ ঘনিষ্ঠ বন্ধু। এটা সময়ত দুয়োৰে মাজত সম্পৰ্ক আছিল। সেই হেঁপাহেৰে মিকাই সয়ম্বৰৰ মঞ্চত মালা পিন্ধায়। ছমাহৰ পিছত দুয়োৰে বিয়া হʼবলগা আছিল। কিন্তু বছৰ পাৰ হৈ গʼল যদিও তেওঁলোকৰ মুখত বিয়াৰ নাম নাই। অৱশেষত মিকাই বিয়া ভাঙাৰ কথা ঘোষণা (Mika announces break-up marriage) কৰিলে। কিন্তু কিয়? গায়কগৰাকীয়ে নিজেই কৈছে ইয়াৰ কাৰণ।

সৰু পৰ্দাৰ অভিনেত্ৰী হৈছে আকাংক্ষা। কেইবাজনো টেলিভিছন নায়কৰ সৈতে তেওঁৰ ৰোমাঞ্চৰ বাতৰিও শুনা যায়। উদ্যোগটোৰ ভিতৰতে পৰিচিত হʼলেও তেওঁ মিকাৰ সৈতে এই শ্ব’টো কৰি দৰ্শকৰ দৃষ্টিগোচৰ হৈছিল। তেতিয়াৰ পৰাই তেওঁ লাইমলাইটলৈ আহে। ‘বিগ বছ অ’টিটি ২’ৰ ঘৰলৈ মতাৰ পিছত তেওঁ ইয়াত অংশগ্ৰহণ কৰে।

mika 0 | ASSAM TIMES POST

ছচিয়েল মিডিয়াত তেওঁৰ আৰু ডুবাইৰ মডেল জাদ হাদিদৰ মাজত হোৱা লিপ কিছক লৈও ধুমুহাৰ সৃষ্টি হয়। এই ঘটনাৰ কেইদিনমানৰ ভিতৰতে আকাংক্ষাই বিগবছৰ ঘৰৰ পৰা ওলাই যায়। যদিও সেই সময়ত মিকাৰ বিষয়টো অহাত তেওঁলোক ইজনে সিজনৰ ‘ঘনিষ্ঠ বন্ধু’ বুলি আকাংক্ষাই কয়। কিন্তু এইবাৰ মিকাই স্পষ্টকৈ কʼলে যে তেওঁলোকৰ বিয়া নহয়।

মিকাই কয়, “শ্ব’টোত আকাংক্ষাক জীৱন সংগী হিচাপে বাছি লৈছিলো যদিও পিছত উপলব্ধি হৈছিল যে আমি ইজনে সিজনৰ বাবে উপযুক্ত নহয়।” মই এজন গায়ক। তেওঁ এগৰাকী অভিনেত্ৰী। বছৰৰ বেছিভাগ সময় শ্ব’ৰ বাবেই দেশৰ বাহিৰত থাকিবলগীয়া হয়। তেওঁৰ কাম মুম্বাইত। তেওঁ গায়িকা হওক বা নহওক, আমি একেলগে কিবা এটা ভাবিব পাৰিলোঁহেঁতেন। কিন্তু তেওঁৰ পেছা মোৰ পৰা সম্পূৰ্ণ পৃথক।”

মিকাই লগতে কয়, “শ্ব’টোৰ বিষয়ে একোৱেই পূৰ্ব পৰিকল্পনা কৰা হোৱা নাছিল। আনকি আকাংক্ষাৰ শ্ব’ত প্ৰৱেশ হঠাতে হয়। কিন্তু বিবাহ এটা ডাঙৰ সিদ্ধান্ত। ভৱিষ্যতে আক্ষেপ কৰিব নিবিচাৰো। গতিকে নিজৰ বাবে সময় লৈছোঁ।”

Tags: MikaSinghMarriageমিকাসিংবিয়া
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
50
India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ
National-International

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

June 19, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

June 19, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

June 19, 2026
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx