ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Pariniti Chopra marriage ceremony I পৰিনীতি চোপ্ৰাৰ বিয়াত কিয় উপস্থিত নাই প্ৰিয়ংকা, তীব্ৰ সমালোচনা অনুৰাগীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 27, 2023
Reading Time: 1 min read
A A
0
Pariniti Chopra marriage ceremony I পৰিনীতি চোপ্ৰাৰ বিয়াত কিয় উপস্থিত নাই প্ৰিয়ংকা, তীব্ৰ সমালোচনা অনুৰাগীৰ

logo new 2 1 1 4 1 3 1 9 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

১৩ মে’ত দিল্লীৰ কাপুৰথালা হাউচত আম আদমি পাৰ্টী তথা আপৰ সাংসদ ৰাঘৱ চাদ্দা (AAP MP Raghav Chadda) আৰু বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ (Actress Parineeti Chopra) এংগেজমেন্ট (Engagement) হয়। তাৰ চাৰি মাহৰ পাছত দেওবাৰে এই যুটিয়ে ৰাজস্থানৰ উদয়পুৰৰ পিচোলা হ্ৰদৰ পাৰত বিবাহপাশত আবদ্ধ (married) হয়।

যোৱা সপ্তাহৰ পৰা আৰম্ভ হৈছিল বিভিন্ন বিবাহ অনুষ্ঠান। উক্ত অনুষ্ঠানবোৰৰ আভাস শনিবাৰ আৰু দেওবাৰে ছচিয়েল মিডিয়া পেজত দেখা গৈছিল। সোমবাৰে পুৱা নৱবিবাহিত দম্পতীয়ে নিজৰ বিয়াৰ কেইবাখনো ছবি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। প্ৰথম ডেটৰ পৰাই তেওঁলোকে এই দিনটোৰ বাবে অপেক্ষা কৰি আছে বুলি ছচিয়েল মিডিয়া পেজত লিখে পৰিনীতিয়ে। অৱশ্যে তেওঁৰ প্ৰিয় ‘মিমি দিদি’ অৰ্থাৎ প্ৰিয়ংকা তেওঁৰ জীৱনৰ নতুন অধ্যায়ৰ দিনটোত তেওঁৰ কাষত নাথাকিল।

মে’ মাহত ৰাঘৱ আৰু পৰিনীতিৰ এংগেজমেণ্ট অনুষ্ঠানৰ বাবে আমেৰিকাৰ পৰা ৰাজধানীলৈ আহিছিল প্ৰিয়ংকা। প্ৰিয়ংকাৰ পদাংক অনুসৰণ কৰি পৰিনীতিয়ে বিয়াৰ বাবে ৰাজস্থানক বাছি লৈছিল। কিন্তু বিয়ালৈ নাহিল প্ৰিয়ংকা! যোৱা সপ্তাহৰ আৰম্ভণিতে গুজৱ শুনা গৈছিল যেতিয়া ৰাঘৱ আৰু পৰিনীতিৰ বিয়া আৰম্ভ হৈছিল। যদিও তেওঁ গোটেই সপ্তাহটো থাকিব নোৱাৰে, ভনীয়েকৰ বিয়াৰ প্ৰাকক্ষণত উদয়পুৰত উপস্থিত থাকিব প্ৰিয়ংকা। কিন্তু সেয়া নহʼল। পৰিনীতিৰ বিয়াৰ মাত্ৰ এদিন পূৰ্বে ছচিয়েল মিডিয়া পেজত প্ৰিয়ংকাই তেওঁক শুভেচ্ছা জনাইছিল। তেতিয়াৰ পৰাই পৰিনীতিৰ বিয়াত প্ৰিয়ংকা উপস্থিত থাকিবনে নাই তাকে লৈ জল্পনা-কল্পনা আৰম্ভ হয়।

পৰিনীতি চোপ্ৰাৰ বিয়াত কিয় উপস্থিত নাই প্ৰিয়ংকা
পৰিনীতি চোপ্ৰাৰ বিয়াত কিয় উপস্থিত নাই প্ৰিয়ংকা, তীব্ৰ সমালোচনা অনুৰাগীৰ

ইয়াৰ পিছতো অনুৰাগীসকল আশাবাদী হৈ আছিল। অৱশ্যে প্ৰিয়ংকা ভনীয়েকৰ বিয়ালৈ নাহিল (Priyanka did not come to the wedding), সকলো জল্পনা-কল্পনাত পানী পৰিল। অভিনেত্ৰীগৰাকীৰ মাতৃ মধু চোপ্ৰাই দাবী কৰে যে তেওঁ ব্যস্ত কামৰ বাবে ভনীয়েকৰ বিয়ালৈ আহিব নোৱাৰিলে। কিন্তু প্ৰিয়ংকাৰ ছচিয়েল মিডিয়া পেজত দেখা গৈছে যে তেওঁ কন্যা মালতী মেৰীৰ সৈতে খেলা-ধূলাত ব্যস্ত। সেইটো দেখি নেটিজেনৰ এক বৃহৎ অংশ আৰু অধিক উত্তেজিত হৈ পৰে। তেওঁলোকৰ প্ৰশ্ন, “আপোনাৰ নিজৰ ভনীৰ বিয়া হ’লে এনেকুৱা কাম কৰিব পাৰিলেহেঁতেননে?”

উল্লেখযোগ্য যে ২০১৮ চনত ৰাজস্থানৰ যোধপুৰৰ উমৈদ ভৱনত পপ তাৰকা নিক জোনাছৰ সৈতে বিবাহপাশত আবদ্ধ হয় প্ৰিয়ংকা। কেৱল বিয়াৰ মূল অনুষ্ঠানতে নহয়, বিয়াৰ আগৰ বিভিন্ন অনুষ্ঠানতো পৰিনীতি উপস্থিত আছিল। কৰ্মৰ পৰা ছুটী লৈ প্ৰতিদিনে প্ৰিয়ংকাৰ কাষত আছিল অভিনেত্ৰীগৰাকী। কিন্তু নিজৰ বিয়াত দিদিক কাষত নাপালে। ইয়াৰ পিছত প্ৰিয়ংকাই পৰিনীতিৰ অভিমান ভংগ কৰিব পাৰিবনে? বহু নেটিজেনৰ এতিয়া সেয়াই প্ৰশ্ন।

Tags: ParinitiChopraMarriageCeremonyপৰিনীতিচোপ্ৰাৰবিয়া
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়
National-International

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

July 2, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy I কুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰত হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা, কাৰ পকেটলৈ গৈছে দানৰ বেছিভাগ ধন?

July 2, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন
National-International

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

July 2, 2026
50
Whatsapp account ban : নিষিদ্ধ ৭০ লাখ ৱাটছএপ একাউণ্ট, নিয়ম নামানিলে আপোনাৰো হ’ব বিপদ
National-International

WhatsApp । ৱাটছএপত‘ইউজাৰনেম’ ফিচাৰ বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ কেন্দ্ৰৰ

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

July 2, 2026
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy I কুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰত হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা, কাৰ পকেটলৈ গৈছে দানৰ বেছিভাগ ধন?

July 2, 2026
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx