ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Bribe allegation against Censor Board I চেন্সৰ বোৰ্ডে উৎকোচ বিচৰাৰ অভিযোগ দাক্ষিণাত্যৰ ছবি নির্মাতাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 30, 2023
Reading Time: 1 min read
A A
0
Bribe allegation against Censor Board I চেন্সৰ বোৰ্ডে উৎকোচ বিচৰাৰ অভিযোগ দাক্ষিণাত্যৰ ছবি নির্মাতাৰ

logo new 2 1 1 4 1 3 1 10 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

দাক্ষিণাত্যৰ ছবিৰ (South Indian Film) হিন্দী সংস্কৰণ (Hindi Edition)ৰ অনুমতি লʼবলৈ চিবিএফচি (CBFC)লৈ যোৱাটোৱেই বিপদ হ’ল। চেন্সৰ বোৰ্ডে উৎকোচ দাবী (Censor Board demands bribe) কৰা বুলি দাবী কৰিছে দক্ষিণৰ অভিনেতা-প্ৰযোজক বিশালে (Actor-Director Vishal)। বিশাল অভিনীত তামিল ছবি ‘মাৰ্ক এণ্টনি’ চলিত মাহত ছবিগৃহত মুক্তি লাভ কৰিছে।

বৃহস্পতিবাৰে ছচিয়েল মিডিয়াত নিজৰ ভিডিঅ’ পোষ্ট কৰি অভিনেতাগৰাকীয়ে দাবী কৰে যে ছবিখনৰ হিন্দী সংস্কৰণৰ ক্লিয়াৰেন্স পাবলৈ চেঞ্চৰ বোৰ্ডক ছয় লাখ ৫০ হাজাৰ টকা দিব লাগিব। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ ছচিয়েল মিডিয়া পেজত ভিডিঅʼৰ জৰিয়তে তেওঁ কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনায়। প্ৰধানমন্ত্ৰীয়েও ইয়াৰ ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰে।

বিশালৰ ভিডিঅ’ বিয়পি পৰাৰ লগে লগে কঁপনি উঠে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ত। এই সন্দৰ্ভত শুকুৰবাৰে ছচিয়েল মিডিয়াত এটা পোষ্ট কৰে মন্ত্ৰালয়ে। এক্সত (টুইটাৰ) এটা পোষ্টত লিখা হৈছে, “চিবিএফচিত অভিনেতা বিশালৰ দুৰ্নীতিৰ অভিযোগ ভিত্তিহীন। দুৰ্নীতি দমন কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ আৰু দোষী সাব্যস্ত হোৱা যিকোনো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হʼব।”

চেন্সৰ বোৰ্ড
চেন্সৰ বোৰ্ডে উৎকোচ বিচৰাৰ অভিযোগ দাক্ষিণাত্যৰ ছবি নির্মাতাৰ:

অৱশ্যে বিশালৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াই এই ঘোচ কাণ্ডৰ সৈতে কোন জড়িত সেই কথা জানিবলৈ ইতিমধ্যে মুম্বাইলৈ ৰাওনা হৈছে। চৰকাৰৰ কঠোৰ নিৰ্দেশনা যে যিকোনো ধৰণৰ দুৰ্নীতি একেবাৰে সহ্য কৰা নহ’ব। অভিযোগ প্ৰমাণিত হʼলে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হʼব। দক্ষিণৰ প্ৰযোজক বিশাল এনে কাৰ্যকলাপত সুখী।

তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ নিজৰ ছচিয়েল মিডিয়া পেজত লিখিছে, “এনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে যি ক্ষীপ্ৰ পদক্ষেপ লৈছে সেয়া মোৰ দৰে সাধাৰণ মানুহক আত্মবিশ্বাস প্ৰদান কৰিছে। আশাকৰোঁ ন্যায় হ’ব, দোষীক শাস্তি দিয়া হ’ব।”

Tags: Bribe allegationCensorBoardচেন্সৰবোৰ্ডউৎকোচদাক্ষিণাত্যৰছবি
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx