ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

BJP slams Rahul Gandhi I এইবাৰ হিন্দু ধৰ্মৰ বিষয়ে ব্যাখ্যাক লৈ ৰাহুল গান্ধীক কটাক্ষ বিজেপিৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 2, 2023
Reading Time: 1 min read
A A
0
Rahul Gandhi Europ visit I এসপ্তাহৰ ভ্ৰমণসূচীৰে ইউৰোপলৈ যাত্ৰা ৰাহুল গান্ধীৰ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

সনাতন ধৰ্ম (Sanatan Dharma) সন্দৰ্ভত এম কে ষ্টেলিনৰ পুত্ৰ উদয়নিধিৰ মন্তব্যক লৈ এতিয়াও দেশজুৰি বিতৰ্ক চলি আছে। আনহাতে, এই সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিক লৈ বিজেপিয়ে প্ৰশ্ন উত্থাপন কৰি আহিছে। গেৰুৱা শিবিৰৰ অভিযোগ, বিষয়টো সন্দৰ্ভত মৌন হৈ থাকি উদয়নিধিৰ মন্তব্যক পৰোক্ষভাৱে সমৰ্থন জনাইছে কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’(I.N.D.I.A) ই।

ৰাহুল গান্ধীক কটাক্ষ বিজেপিৰ
এইবাৰ হিন্দু ধৰ্মৰ বিষয়ে ব্যাখ্যাক লৈ ৰাহুল গান্ধীক কটাক্ষ বিজেপিৰ:

কংগ্ৰেছে অৱশ্যে এই প্ৰসংগৰ পৰা দূৰত্ব বজাই ৰাখিছিল। কিন্তু গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হিন্দু ধৰ্মৰ ওপৰত নিজৰ মতামত লিখিত ৰূপত নিজৰ এক্স হেণ্ডেলত (পূৰ্বৰ টুইটাৰ) প্ৰকাশ কৰে। কংগ্ৰেছ সাংসদগৰাকীয়ে হিন্দু ধৰ্মৰ প্ৰশ্নক লৈ তেওঁৰ বক্তব্য আগবঢ়াই পৰম্পৰাগত ধৰ্মৰ বিতৰ্কত দলটোৰ স্থিতি স্পষ্ট কৰি দিয়া বুলি ধাৰণা কৰা হৈছে।

‘সত্যম শিৱম সুন্দৰম’ শীৰ্ষক দুপৃষ্ঠাৰ প্ৰবন্ধত ৰাহুলে আঙুলিয়াই দিছে যে ভয়ক আওকাণ কৰি সত্যৰ পথ অনুসৰণ কৰা ব্যক্তি এজন প্ৰকৃত হিন্দু। তেওঁৰ বাৰ্তা হৈছে যে এজন প্ৰকৃত হিন্দুৰ কৰ্তব্য হৈছে দুৰ্বল আৰু অসহায়ক ৰক্ষা কৰা। কিন্তু হিন্দু ধৰ্মৰ প্ৰতি ৰাহুলৰ এই ধাৰণাক লৈ বিতৰ্ক আৰম্ভ হ’বলৈ বেছি সময় নালাগিল। বিজেপিয়ে এই ক্ষেত্ৰত তীব্ৰ কটাক্ষ কৰে।

উল্লেখযোগ্য যে ৰাহুলে সদায় কৈ আহিছে যে বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হিন্দু ধৰ্মৰ লগত কোনো সম্পৰ্ক নাই। কেৱল ক্ষমতাৰ লোভতহে হিন্দু ধৰ্ম ব্যৱহাৰ কৰে।

Rahul | ASSAM TIMES POSTএক্স হেণ্ডেলত পোষ্টটোত কংগ্ৰেছৰ সাংসদগৰাকীয়ে লিখিছে, ‘জীৱনৰ সাগৰত অহৰহ মৃত্যুৰ ভয়, ভোকৰ ভয় আৰু কিবা এটা হেৰুওৱাৰ ভয়ে খেদি ফুৰে। প্ৰত্যাখ্যান আৰু অপমানিত হোৱাৰ ভয়ো আছে। আমি সেই ভয়ক জয় কৰি সকলোৰে বাবে চিন্তা কৰিব লাগিব।” ৰাহুলে ভাবে যে হিন্দু ধৰ্মৰ পথ কাৰো বাবে অকলে নহয়। সকলোৰে বাবে মুকলি। সত্য আৰু অহিংসাৰ বাৰ্তা ৰক্ষা কৰাটো সকলো হিন্দুৰ কৰ্তব্য। যদি কোনোবাই নিজকে হিন্দু বুলি গণ্য কৰে, তেন্তে শত্ৰুতা পাহৰি সকলোৰে লগত বন্ধুত্বপূৰ্ণ হোৱা উচিত। কিন্তু এই ক্ষেত্ৰত বিজেপিৰ সাংসদ মীনাক্ষীৰ কটুক্তি, “ভোট-হিন্দুৰ পৰা আৰু কি বা আশা কৰিব পাৰি!!! মানুহে জানে তেওঁলোকৰ সময়ত কি হৈছিল। তেওঁ সহানুভূতিৰ কথা কয়, কিন্তু কংগ্ৰেছৰ যুগত ‘জিজাজীৰ (জোৱাই) পৰা টু-জী’ দুৰ্নীতিৰ কথা কেতিয়াও নকয়।”

Tags: এইবাৰ হিন্দু ধৰ্মৰ বিষয়ে ব্যাখ্যাক লৈৰাহুল গান্ধীক কটাক্ষ বিজেপিৰ
Share4Tweet3Send

Related Posts

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

by News Desk
July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

by News Desk
July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

by News Desk
July 31, 2026
50
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল
National-International

Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

by News Desk
July 31, 2026
50
“Congress Shake-Up: Priyanka Gandhi Removes Uttar Pradesh In-Charge Ahead of 2024 Lok Sabha Elections”
National-International

Priyanka Gandhi । আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ, ২ শতাধিক শিক্ষাবিদৰ গৰিহণা

by Staff Reporter
July 31, 2026
50
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx