ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

“কা” বিৰোধী আন্দোলনৰ ‘ চাইড এফেক্ট ‘ : দেওবাৰেও কাম কৰিব লগীয়া হৈছে ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে

ASSAM TIMES POST by ASSAM TIMES POST
December 22, 2019
Reading Time: 1 min read
A A
0
নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

নগাঁও : নাগৰিকত্ব সংশোধনী আইনে অসমীয়া জাতিৰ কিমান ক্ষতি কৰিব বা আইনখনক লৈ উদ্ভৱ হোৱা পৰিস্হিতিয়ে সৰ্বসাধাৰণ অথবা চৰকাৰৰ কিমান ক্ষতি কৰিলে সেয়া একাংশ ব্যৱসায়ীৰ বাবে যেন বিচাৰ্যৰ বিষয় নহয় ।

সেই সকল ব্যৱসায়ী এতিয়া ব্যস্ত নাগৰিকত্ব সংশোধনী আইনক লৈ সৃষ্টি হোৱা অচলাৱস্হাৰ সময়ত নিজৰ প্ৰতিষ্ঠান বন্ধ হৈ থকাত হোৱা ক্ষতি পূৰণ কৰাৰ বাবে । নাগৰিকত্ব সংশোধন আইন বিৰোধী আন্দোলনৰ বাবে চাৰিদিন সম্পূৰ্ণৰূপে অচল হৈ পৰিছিল অসম। বন্ধ হৈ পৰিছিল চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান।

প্ৰতিবাদৰ সময়ছোৱাত অসমৰ ব্যৱসায়ী সকল বৃহৎ লোকচানৰো সন্মুখীন হৈছিল। পৰিৱেশ শান্ত হোৱাৰ পিছত পুনৰ খোল খাইছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। বন্ধৰ সময়ছোৱাত লোকচানৰ সন্মুখীন হোৱা বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে ক্ষতিপূৰণৰ বাবে লৈছে এক নতুন কৌশল।

কেতবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানে বাতিল কৰিছে কৰ্মচাৰীৰ সপ্তাহৰ দেওবাৰ বা আনদিনত পোৱা এটা দিনৰ ছুটী। নগাঁৱৰ মাৰুটি চুজুকিৰ ডিলাৰ আৰ ডি মটৰছে ২২, ২৯ ডিচেম্বৰ আৰু ৫, ১২ জানুৱাৰীত খোলা ৰাখিব ব্যৱসায়িক প্ৰতিষ্ঠান। ইতিমধ্যে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে এইকেইটা দিনত কৰ্মচাৰীয়ে সম্পূৰ্ণ দিনটো কাম কৰাৰ নিৰ্দেশনাও জাৰি কৰিছে।

জানিব পৰামতে একাংশ কৰ্মচাৰীয়ে ১৫ ডিচেম্বৰত বন্ধৰ দিনত কাম কৰাৰ পিছত আজিৰ দেওবাৰৰ দিনটোত কাম কৰে । এই কৰ্মচাৰীসকলে বিৰতি বিহীন ভাবে কাম কৰিব লাগিব তিনি সপ্তাহ ।অৱশ্যে কি কাৰণত আৰ ডি মটৰচে এই সিদ্ধান্ত লৈছে অথবা নিৰ্দেশনা জাৰি কৰিছে সেয়া স্পষ্ট কৰা নাই যদিও এয়া “কা” বিৰোধী আন্দোলনৰ প্ৰতিক্ৰিয়া বুলিয়ে চৰ্চিত হৈছে ।

Tags: Featured2
Share7Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬
National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
50
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী
National-International

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026
50
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx