ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence I সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অসম ৰাইফলছৰ ৰুদ্ধশ্বাস অভিযান, ভিডিঅ’ মুকলি

নিউজ ডেস্কঃ

News Desk by News Desk
November 7, 2023
Reading Time: 1 min read
A A
0
Manipur violence I সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অসম ৰাইফলছৰ ৰুদ্ধশ্বাস অভিযান, ভিডিঅ’ মুকলি

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured

পথৰ কাষৰ পাহাৰীয়া অৰণ্যৰ পৰা নিৰ্বিচাৰে গুলীবৰ্ষণ কৰাত আৰক্ষী কমাণ্ডোৱেও উচিত প্ৰত্যুত্তৰ দিয়ে। সন্ত্ৰাসবাদী পাহাৰৰ ওপৰত থকাৰ বাবে কমাণ্ডোসকলৰ সকলো গতিবিধি লক্ষ্য কৰিব পৰিছিল। ফলত তেওঁলোকৰ ওপৰত গুলীচালনা কৰা সহজ হৈছিল। কিন্তু কমাণ্ডোসকলক বচাবলৈ আগবাঢ়ি আহে অসম ৰাইফলছৰ জোৱান। উগ্ৰপন্থীৰ আক্ৰমণ চলি থকাৰ সময়তে তেওঁলোকে কমাণ্ডোসকলক উদ্ধাৰ কৰে। শ্বাসৰুদ্ধকৰভাৱে উদ্ধাৰ কৰা ভিডিঅ’ মুকলি কৰা হৈছে।

৩১ অক্টোবৰত এই ঘটনা সংঘটিত হোৱা বুলি দাবী কৰা হৈছে। উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰাৰ পিছতে ৰাজ্য আৰক্ষীৰ কমাণ্ডোসকলে মণিপুৰ আৰক্ষী (Manipur Police)ৰ এজন শীৰ্ষ বিষয়াৰ সন্ধানত আছিল। ইম্ফলৰ পৰা ১১৫ কিলোমিটাৰ নিলগৰ ভাৰত-ম্যানমাৰ সীমান্তত টহল দি আছিল দলটোৱে। সেই সময়ত উগ্ৰপন্থীয়ে পাহাৰৰ ওপৰৰ পৰা ঘাইপথত কমাণ্ডো কনভয়ক আক্ৰমণ (Militants attack commando convoy on highway from hilltop) কৰে। তেওঁলোকৰ আক্ৰমণৰ সন্মুখত কমাণ্ডো বাহিনীয়েও উত্তৰ দিয়ে। দুয়োপক্ষৰ মাজত ব্যাপক সংঘৰ্ষ সংঘটিত হয়।

সন্ত্ৰাসবাদী
সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অসম ৰাইফলছৰ ৰুদ্ধশ্বাস অভিযান, ভিডিঅ’ মুকলি

আৰক্ষীৰ সূত্ৰ অনুসৰি, উগ্ৰপন্থীয়ে পাহাৰৰ ওপৰত থকাৰ বাবে অধিক সুবিধা লাভ কৰিছিল। কমাণ্ডোসকলৰ সকলো গতিবিধি লক্ষ্য কৰি আছিল আৰু তেওঁলোকক আক্ৰমণ কৰিছিল। সেই সময়ত অসম ৰাইফলছৰ এণ্টি মাইন বাহনে উক্ত ঘাইপথত টহল দি আছিল। কমাণ্ডো আৰু উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষ চকুত পৰাৰ লগে লগে অসম ৰাইফলছৰ জোৱানসকলে ‘কভাৰ আপ’ কৰে। মাইন প্ৰতিৰোধী বাহনৰ পৰা উগ্ৰপন্থীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। লগতে তেওঁলোকে ইজনৰ পিছত সিজনকৈ কমাণ্ডোসকলক উদ্ধাৰ কৰে।

“ওপৰৰ ফালে ওপৰৰ ফালে” অসম ৰাইফলছৰ এজন জোৱানে পাহাৰৰ ফালে আঙুলিয়াই দিয়া শুনা যায়। ইয়াৰ পিছতে অসম ৰাইফলছৰ মাইন প্ৰতিৰোধী বাহনসমূহক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে। অসম ৰাইফলছৰ জোৱানেও প্ৰত্যুত্তৰত গুলীচালনা কৰে। কিছুসময় ধৰি দুয়োপক্ষৰ মাজত সংঘৰ্ষ চলি থাকে। ইয়াৰ পিছত মণিপুৰ আৰক্ষীৰ কমাণ্ডোক তাৰ পৰা উদ্ধাৰ কৰি লৈ যোৱা হয়। ভিডিঅʼটোত দেখা গৈছে কেইবাজনো কমাণ্ডোক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে। কমাণ্ডোসকলক তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আক্ৰমণত তিনিজন আৰক্ষী আহত হোৱা বুলি জানিব পৰা গৈছে।

Tags: Terrorist-AssamRiflesOperationসন্ত্ৰাসবাদী-অসমৰাইফলছৰঅভিযান
Share4Tweet3Send

Related Posts

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati
NORTHEAST

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

by News Desk
August 13, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured
NORTHEAST

Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured

by News Desk
August 8, 2026
50
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions
NORTHEAST

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

by News Desk
July 27, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
ADVERTISEMENT
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

August 14, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

August 14, 2026
50
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

August 14, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

August 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

August 14, 2026
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

August 14, 2026
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

August 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx