ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

প্ৰথমে কোচ ৰাজবংশীক জনজাতিকৰণ, তাৰ পিছতহে কমতাপুৰ : জাতীয় মহাসভা

ASSAM TIMES POST by ASSAM TIMES POST
December 27, 2019
Reading Time: 1 min read
A A
0
প্ৰথমে কোচ ৰাজবংশীক জনজাতিকৰণ, তাৰ পিছতহে কমতাপুৰ : জাতীয় মহাসভা

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

বিশেষ প্ৰতিবেদক

কোচ ৰাজবংশীক অনুসূচিত জনজাতিকৰণ নকৰাকৈ কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদ গঠন কৰিলে অৰ্থহীন স্বায়ত্ত্ব শাসিত পৰিষদ হ’ব আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিষয়টো অনিশ্চয়তাৰ দিশলৈ যাব বুলি এক সংবাদমেল যোগে কয় কোচ ৰাজবংশী জাতীয় মহাসভাই ৷

বৃৃহস্পতিবাৰে বঙাইগাঁও চহৰৰ কমতাপুৰ ভৱনত অনুষ্ঠিত সংবাদমেলত কোচ ৰাজবংশী জাতীয় মহাসভাৰ সভাপতি কাৰ্যকৰী সভাপতি নিৰ্মল কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে আগন্তুক জানুৱাৰী মাহত হ’ব লগা অসম বিধানসভাৰ অধিৱেশন আৰু সংসদৰ উভয় সদনৰ অধিৱেশনতে কোচ ৰাজবংশী সকলোক জনজাতিকৰণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ লগতে বিটিচি আৰু ৰাভা হাচং স্বায়ত্ত্ব শাসিত পৰিষদৰ সংশোধন ঘটাই উক্ত পৰিষদৰ সীমামূৰীয়া কোচ ৰাজবংশী গাঁঁওসমূহ কৰ্তন কৰি ধুবুৰীৰ পৰা শোণিতপুৰলৈ ষষ্ঠ অনুসূচিত কমতাপুৰ টেৰিটৰিয়েল (কেটিচি) পৰিষদ গঠন কৰক বুলি কৈ তেতিয়াহে পৰিষদৰ অন্তৰ্গত কোচ ৰাজবংশী আৰু আন আন জাতি-জনজনগোষ্ঠীৰ সামগ্ৰ্ৰিক উন্নয়ন সম্ভৱ হ’ব বুলি কয় ৷

তদুুপৰি,পৰিষদখনত এখন পূৰ্ণাংগ বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, সংগ্ৰাহালয়,ভাষা, -সাহিত্য, সংস্কৃতি-চৰ্চা, গৱেষণা আৰু সম্প্ৰচাৰ কৰিবলৈ বিশ্বমানৰ সাংস্কৃতিক কেন্দ্ৰ, খেলা-ধূলাৰ বাবে ‘ছাই’ৰ (Sports Authority of India ) এটা শাখা, গুৱাহাটী আৰু নতুন দিল্লীত কমতাপুৰ ভৱন নিৰ্মাণ, জাতীয় শ্বহীদসকলৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ এখন শ্বহীদ উদ্যান, চিলাৰায় সেনা বাহিনী, বঙাইগাঁও জিলাত কমতাপুৰ স্বায়ত্ত্ব শাসিত  পৰিষদৰ স্থায়ী সচিবালয় অসম চৰকাৰ আৰ্থিক সাহাৰ্যৰে নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগিব বুলিও কয় ৷

অন্যথা এই সমূহ গঠনৰ কথা উল্লেখ নকৰাকৈ কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদ গঠন কৰিলে আন্তঃগাঁথনিহীন নামমাত্ৰ এখন পৰিষদ হ’ব বুলিও সংবাদ মেলত মহাসভাৰ কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে কয় ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
50
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx