ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক্ষিপ্ৰ গতিৰে আগবাঢ়িছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ প্ৰস্তুতিঃ

ASSAM TIMES POST by ASSAM TIMES POST
December 29, 2019
Reading Time: 1 min read
A A
0
ক্ষিপ্ৰ গতিৰে আগবাঢ়িছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ প্ৰস্তুতিঃ

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাৰ সংযোজনেৰে

অধিবেশনৰ স্মৃতিগ্ৰন্থ “দয়ানিধি” প্ৰকাশৰ ব্যৱস্থা

অজন্তা তালুকদাৰ, বোকাখাত     

উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয়, সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি যুদ্ধকালীন গতিৰে আগবাঢ়িছে। আগন্তুক বৰ্ষৰ ৫ ৰ পৰা ৮ ফেব্ৰুৱাৰী লৈ অনুষ্ঠিতব্য এই অধিবেশন গোলাঘাট জিলাৰ কমাৰগাঁৱৰ মহুৰা বৰদিহিঙ্গীয়া পথাৰত “বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ” নামাকৰণেৰে উৎসৰ্গিত মূল অধিবেশন থলীত ৰাজ্যখনৰ বিভিন্ন জিলা শাখাৰ ভক্ত সকলে দিন ৰাতি একাকাৰ কৰি সামৰ্থ অনুযায়ী নিজ নিজ সেৱা আগবঢ়াইছে ।

WhatsApp Image 2019 12 29 at 7.28.38 PM | ASSAM TIMES POST

১৮১৭ বিঘা পথাৰ সামৰি আয়োজন কৰা অধিবেশন থলীত এইবাৰ মিচিং জনগোষ্ঠীৰ আৰ্হিৰ চাংঘৰত থাকিব সংঘৰ পদাধিকাৰ আৰু মূল কেন্দ্ৰীয় বিষয়ববীয়া । বিদেশী পৰ্যটকৰ বাবে থাকিব সুকীয়া অতিথি শালা। পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ অধিবেশন থলীৰ নক্সাও সম্পাদকে সংবাদ মাধ্যমৰ আগত দাঙি ধৰে। ৬০ শতাংশ অগ্ৰগতি লাভ কৰা নিৰ্মাণ কাৰ্যৰ অহৰ্নিষে তদাৰক কৰি আছে আদৰণি সমিতিৰ সভাপতি সম্পাদক প্ৰমূখ্যে বিভিন্ন উপ সমিতি সমুহৰ বিষয়ববীয়াই ।

আজি প্ৰচাৰ আৰু জনসংযোগ উপ সমিতিৰ সভাপতি প্ৰদীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত আদৰণি সমিতিৰ সাধাৰণ সম্পাদক চন্দ্ৰকান্ত ভূঞাই প্ৰস্তুতিৰ খতিয়ান দাঙি ধৰে । অধিবেশনৰ স্মৃতিগ্ৰন্থ “দয়ানিধি” অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাৰ সংযোজন কৰি প্ৰায় ৫৫০ পৃষ্ঠাৰ, লগতে ভালেকেইখন গৱেষণা মূলক বিষয় সামৰি গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি কৰা হৈছে বুলি জানিবলৈ দিছে।

আনহাতে বহুকেইটা প্ৰচাৰ মাধ্যমত ৰাজনৈতিক দল সংগঠন, নেতাৰ পৰা আৰ্থিক অনুদান নোলোৱাৰ প্ৰসংগত আদৰণি সমিতিৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকাই সংবাদ মেল যোগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিবেশৰ আদৰণি সমিতি বা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এনে কোনো সিদ্ধান্ত লোৱাৰ কথা অস্বীকাৰ কৰে আৰু অৰাজনৈতিক এই অনুষ্ঠানত সকলো ব্যক্তিৰ সেৱাৰ গুৰুত্ব আছে বুলি উল্লেখ কৰি এনেকুৱা বাতৰি সংঘৰ মজিয়াৰ নহয় বুলি স্পষ্ট কৰি দিয়ে। আজি বহু কেইখন উপ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। আদৰণি সমিতিৰ সভাপতি সম্পাদকে সমূহ ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰিছে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx